ভাৰতীয় ক্ৰান্তি দল
From Wikipedia, the free encyclopedia
ভাৰতীয় ক্ৰান্তি দল (ইংৰাজী: Bharatiya Kranti Dal) ১৯৬৭ চনত চৰণ সিঙে বিহাৰ, উৰিষ্যা, পশ্চিমবংগ আৰু উৰিষ্যাৰ কংগ্ৰেছী-ত্যাগী নেতাসকলৰ সহযোগত গঠন কৰা ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। ১৯৭৪ চনত ই ভাৰতীয় লোক দলৰ সৈতে চামিল হৈ যায়।[2]
ক্ষিপ্ৰ তথ্য ভাৰতীয় ক্ৰান্তি দল ...
ভাৰতীয় ক্ৰান্তি দল | |
---|---|
সংসদীয় সভাপতি | |
লোকসভাত নেতা | |
ৰাজ্যসভাত নেতা | |
প্ৰতিষ্ঠা | মে' ১৯৬৭[1] |
বন্ধ কৰক