From Wikipedia, the free encyclopedia
ভিচছ (Vsauce) ইণ্টাৰনেটত বিখ্যাত মাইকেল ষ্টিভেন্সৰ দ্বাৰা চালিত এটি ইউটিউব চেনেল।[3] এই চেনেলত বিজ্ঞান, দৰ্শনৰ বিষয়ে ভিডিঅ' দিয়া হয়, কেতিয়াবা খেল, প্ৰযুক্তি, সংস্কৃতি আৰু অন্যান্য জনপ্ৰিয় বিষয়েও ভিডিঅ' প্ৰকাশিত কৰা হয়।[4][5][6][7][8]
ভিচছ | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ভিচছ-ৰ প্ৰতিষ্ঠাপক মাইকেল ষ্টিভেন্স | |||||||||||||
ইউটিউবৰ তথ্য | |||||||||||||
চেনেলসমূহ | Vsauce, Vsauce2, Vsauce3, WeSauce, D!NG | ||||||||||||
প্ৰতিষ্ঠাপক | মাইকেল ষ্টিভেন্স | ||||||||||||
উপস্থাপক | ভিচছ: মাইকেল ষ্টিভেন্স ভিচছ২: কেভিন লাইবাৰ ভিচছ৩: জেক ৰ'পাৰ উইচছ: মাইকেল ষ্টিভেন্স, কেভিন লাইবাৰ, জেক ৰ'পাৰ ডিং: মাইকেল ষ্টিভেন্স, কেভিন লাইবাৰ, জেক ৰ'পাৰ, নিক'লাচ ফাং ভিচছ লিনবেক: মাইকেল ষ্টিভেন্স | ||||||||||||
সক্ৰিয় হৈ থকা সময় | ২০০৭–বৰ্তমান (ভিচছ১) ২০১১-২০১২ (ভিচছ লিনবেক) ২০১০–বৰ্তমান (ভিচছ ২ আৰু ৩) ২০১২–২০১৫ (উইচছ) ২০১৫–বৰ্তমান (ডিং) | ||||||||||||
প্ৰকাৰ | শিক্ষামূলক, তথ্য, বিজ্ঞান, গেমিং, প্ৰযুক্তি | ||||||||||||
চাবস্ক্ৰাইবাৰৰ সংখ্যা | ভিচছ: ১.৬১ কোটি ভিচছ২: ৪.২৭ নিযুত ভিচছ৩: ৩.৯৬ নিযুত উইচছ: ১৬৫ হেজাৰ ডিং: ১.৪১ নিযুত ভিচছ লিনবেক: ৭০.৫ হেজাৰ | ||||||||||||
সৰ্বমুঠ দৰ্শন | ভিচছ: ১৯০ কোটি ভিচছ২: ৬৩.৪ কোটি ভিচছ৩: ৪৬.১ কোটি উইচছ: ৪.৫১ নিযুত ডিং: ১৬.৪ কোটি ভিচছ লিনবেক: ২.০২ কোটি | ||||||||||||
| |||||||||||||
৩০ আগষ্ট ২০২০-ৰ তথ্য |
জুন ২৪ ২০১০ চনত মাইকেল ষ্টিভেন্সে প্ৰথম ভিচছ চেনেল মুকলি কৰিলে।[9] প্ৰথমে ধাৰাটোৰ বিষয় আছিল ভিডিঅ' খেল আৰু ধাৰাটোৰ কেইবাজনো হ'ষ্ট আছিল[10] পিচে, পিছলৈ আই-এম-জিৰ দৰে ভাগৰ গুৰুত্ব বাঢ়িল আৰু মাইকেল একমাত্ৰ হ'ষ্ট হ'ল। চেনেলটোৰ বিষয়বস্তু শৈক্ষিকলৈ স্থানান্তৰিত হ'ল। ৯ চেপ্টেম্বৰ ২০১২ৰ পৰা কেৱল শৈক্ষিক বিষয়বস্তুৰ ওপৰতহে ভিডিঅ' প্ৰকাশ পাবলৈ ধৰিলে। .[11] According to episode #18 of "LÜT" on the original Vsauce channel, the name "Vsauce" was generated using the fake website generator portion of a site called Fake Name Generator. After Stevens generated the fake website "Vsauce.com" he registered it, and began uploading videos.[12]
২০১০ চনৰ ডিচেম্বৰত ভিচছৰ সাফল্যৰ পিছত ভিচছ ২ (Vsauce2) আৰু ভিচছ ৩ (Vsauce3) মুকলি কৰা হ'ল।[13][14] ২৫ জুলাই ২০১২ত ৱিচছ (WeSauce) মুকলি কৰা হ'ল। .[15]
চেপ্টেম্বৰ ২০১২ত ভিচছ আটাইতকৈ দ্ৰুত গতিত বিকশিত হোৱা চেনেলসমূহৰ অন্যতম হ'ল।[16] ভিচছৰ মুখ্য চেনেলৰ চাবস্ক্ৰাইবাৰৰ সংখ্যাই ১০ লাখ চুলেগৈ।[17][18]
চেপ্টেম্বৰ ২০১২ত বিল নাই ভিচছৰ এটি ভিডিঅ'ত ওলাল। ভিডিঅ'টোৰ নাম "হুৱাই ডিড্ দা চিকেন ক্ৰছ দা ৰ'ড" (মুৰ্গীজনীয়ে বাটটো কিয় পাৰ কৰিলে?)। ভিডিঅ'টোৰ বিষয়বস্তু সেই কৌতুকেই হয়।[19] "এ ডিফেন্স অৱ কমিক চেন্স" ভিডিঅ'ত প্ৰকাশ পোৱা মতে ভিচছত আল্সিনা আখৰ ব্যৱহাৰ কৰা হয় কাৰণ এই আখৰ ভিচছৰ ল'গ' নিৰ্মাতাৰ আখৰৰ লগত মিলে।[20]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.