মোহিত চৌহান
ভাৰতীয় নেপথ্য কণ্ঠশিল্পী / From Wikipedia, the free encyclopedia
মোহিত চৌহান (ইংৰাজী: Mohit Chauhan) ৰোমাণ্টিক মালিতাসমূহৰ বাবে বিশেষভাৱে জনাজাত এক ভাৰতীয় নেপথ্য কণ্ঠশিল্পী৷[1] তেওঁ অন্যান্য পুৰস্কাৰসমূহৰ লগতে দুবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।
ক্ষিপ্ৰ তথ্য মোহিত চৌহান, প্ৰাথমিক তথ্য ...
মোহিত চৌহান | |
---|---|
২০০৯ চনত চৌহান | |
প্ৰাথমিক তথ্য | |
জন্ম | নাহান, হিমাচল প্ৰদেশ, ভাৰত[1] |
মূল | হিমাচল প্ৰদেশ, ভাৰত |
সংগীতৰ প্ৰকাৰ | ইণ্ডিয়ান পপ, বলীউদ |
পেচা | গায়ক |
বাদ্যযন্ত্ৰ | গীটাৰ, হাৰমোনিকা, বাঁহী, ছেক্সোফোন |
কাৰ্যকাল | ১৯৯৮-বৰ্তমান |
সহযোগী | ছিল্ক ৰুট |
ৱেবছাইট | mohitchauhan |
বন্ধ কৰক