যতি-চিন
অসমীয়া ব্যাকৰণ। From Wikipedia, the free encyclopedia
Remove ads
আমি মনৰ ভাব স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কথা কওঁতে শব্দ বা বাক্যৰ মাজত কিছু সময় বিৰতি লওঁ বা অৰ্থ প্ৰকাশ কৰিবলৈ শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ভিন্নতা প্ৰকাশ কৰোঁ। এই দৰে প্ৰকাশ কৰা মনৰ ভাব লিখি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে কিছুমান চিন বা চিহ্ন, যেনে: কমা (,), দাৰি (।), আদি ব্যৱহাৰ কৰোঁ। এই চিনবোৰকে 'যতি-চিহ্ন' বোলা হয়।
![]() | এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
Remove ads
বিভিন্ন যতি-চিন
- কমা (,)
- চেমিকোলন (;)
- দাৰি (। )
- সন্দেহবোধক চিন (?)
- ভাববোধক চিন (!)
- প্ৰশ্নবোধক চিন (?)
- ডেচ্ চিন (_)
- কোলন ডেচ্ চিন (:-)
- হাইফেন (-)
- ঊৰ্ধ্ব কমা (“__”)
- বন্ধনী চিন
- চন্দ্ৰ বন্ধনী ( )
- কুটিল বন্ধনী { }
- বৰ বন্ধনী [ ]
- কাপ পো চি (^)
- লুপ্ত চিন (***)
- পাদটীকা বা ফুট নোট (*, +)
চিনবোৰৰ ব্যৱহাৰ
- কমা (,) : এই চিহ্ন টো পঢ়ি থকাৰ মাজত কিছু বিৰতিৰ বাবে ব্যৱহাৰ কৰা হয় ।
![]() | এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads