From Wikipedia, the free encyclopedia
লাগুনা ডেল মাউলে (ইংৰাজী: Laguna del Maule) হৈছে চিলিৰ এণ্ডিজ পৰ্বতমালাৰ এক আগ্নেয়ক্ষেত্ৰ। ই আৰ্জেণ্টিনা-চিলি সীমান্তৰ ওচৰত অৱস্থিত, আৰু আংশিকভাৱে এই সীমান্ত অতিক্ৰমো কৰিছে।[1] আগ্নেয়ক্ষেত্ৰৰ বেছিভাগ চিলিৰ মাউলে অঞ্চলৰ টালকা প্ৰদেশত আছে। ই দক্ষিণ আগ্নেয়গিৰি অঞ্চলৰ এটা অংশ, এণ্ডিয়ান আগ্নেয়গিৰি বেল্টৰ অংশ। আগ্নেয়গিৰি ক্ষেত্ৰখনে ৫০০ বৰ্গ কি.মি (১৯০ বৰ্গ মাইল) এলেকা আৱৰি আছে। আৰু ইয়াত কমেও ১৩০টা আগ্নেয়গিৰিৰ বেল্ট আছে।[2]
লাগুনা ডেল মাউলে | |
---|---|
আগ্নেয়গিৰিটোৰ এক মিছাৰঙী ছবি | |
অৱস্থান | |
অৱস্থিতি | মাউলে অঞ্চল, চিলি |
প্ৰসাৰ | এণ্ডিজ পৰ্বতমালা |
স্থানাংক | 36°04′03″S 70°31′21″W |
ভূতত্ত্ব | |
প্ৰকাৰ | আগ্নেয়ক্ষেত্ৰ |
Volcanic arc/belt | দক্ষিণ আগ্নেয়গিৰি ক্ষেত্ৰ |
শেহতীয়া উদ্গীৰণ | ৮০০ ± ৬০০ |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.