লিমাৰিক (কবিতা)
কবিতাৰ শৈলী / From Wikipedia, the free encyclopedia
লিমাৰিক (ইংৰাজী: Limerick) হৈছে পাঁচশাৰীৰ ছন্দযুক্ত কবিতা যিবোৰত ঘাইকৈ হাস্যৰস বা ধেমেলীয়া কথা সন্নিবিষ্ট হৈ থাকে[1]। ১৯ শতিকাত এডৱাৰ্ড লিয়েৰে এই কবিতাৰ ধাৰাটো জনপ্ৰিয় কৰি তোলে। লিমাৰিক ক-ক-খ-খ-ক ছন্দৰে লিখা হয় অৰ্থাত প্ৰথম, দ্বিতীয়, পঞ্চম শাৰীৰ মাজত আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ মাজত ছন্দৰ মিল থাকে। তৃতীয় আৰু চতুৰ্থ শাৰী সাধাৰণতে আন তিনিশাৰীৰ তুলনাত কম দীঘল হয়।
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |