সদস্য:Nayanjyoti sarma
From Wikipedia, the free encyclopedia
মোৰ সদস্য পৃষ্ঠালৈ স্বাগতম জনাইছোঁ
নয়নজ্যোতি শৰ্মা
মই চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত অধ্যয়ন কৰোঁ
মোৰ গৃহ চহৰ নলবাৰী আৰু বৰ্তমান মই গুৱাহাটীত থাকোঁ
মোৰ জন্ম ১৯৯৩ চনৰ ৩ জুনত
মোৰ হবী কিতাপ ,গান শুনা,চিনেমা চোৱা আৰু শোৱা
অধিক তথ্য Wikipedia:Babel ...
Wikipedia:Babel | |||||||||
---|---|---|---|---|---|---|---|---|---|
| |||||||||
Search user languages |
বন্ধ কৰক