সদস্য বাৰ্তা:SlowPhoton/Archive/2011
From Wikipedia, the free encyclopedia
অক্লান্ত কৰ্মী পদক | ||
প্রিয় অম্লান, অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। অনুগ্রহ কৰি আপুনিও আপোনাৰ সতীৰ্থ-সহযোগী সকলক উচিত ক্ষেত্রত এনেধৰণৰ "পদকে"ৰে সন্মানিত কৰে যেন। প্রভাকৰ শৰ্মা নেওগ 11:55, 14 অক্টোবৰ 2011 (UTC) |