সাঁচ:আজিৰ আপুনি জানেনে-১৭
From Wikipedia, the free encyclopedia
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/1/1b/Seal_of_the_Reserve_Bank_of_India.svg/320px-Seal_of_the_Reserve_Bank_of_India.svg.png)
- ...যে ভাৰতীয় টকাৰ মুদ্ৰা নীতি ভাৰতীয় ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ কৰে?
- ...যে লখিমপুৰ জিলাৰ ঢকুৱাখনাত উদযাপিত হোৱা বিহু উৎসৱৰ আঞ্চলিক নাম ফাট বিহু?
- ...যে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী আৰু প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়িনী দেবীকা ৰাণী আছিল?
- ...যে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হৈছে বাৰাক অ'বামা?
- ...যে স্কাউট শিক্ষা পদ্ধতিৰে প্ৰবৰ্তক হ’ল লৰ্ড বেডেন পাৱেল?