সিংৰাজ আধানা
ভাৰতীয় ক্ৰীড়া শ্বুটাৰ / From Wikipedia, the free encyclopedia
সিংৰাজ আধানা (ইংৰাজী: Singhraj Adhana) এজন ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া পিষ্টল শ্বুটাৰ। তেওঁৰ জন্ম হৈছিল ১৯৮২ চনৰ ২৬ জানুৱাৰীত হাৰিয়ানাৰ ফৰিদাবাদত।[1] তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত ৰূপৰ পদক[2] আৰু পুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।[3][4][5]
ক্ষিপ্ৰ তথ্য সিংৰাজ আধানা, ব্যক্তিগত তথ্যাৱলী ...
সিংৰাজ আধানা | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||
জন্ম | ২৬ জানুৱাৰী, ১৯৮২ (৪১ বছৰ) ফৰিদাবাদ, হাৰিয়ানা, ভাৰত | |||||||||||||||
ক্ৰীড়া | ||||||||||||||||
দেশ | ভাৰত | |||||||||||||||
ক্ৰীড়া | শ্বুটিং | |||||||||||||||
শিতান | পিষ্টল শ্বুটিং | |||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক