সুভদ্ৰা যোশী
From Wikipedia, the free encyclopedia
সুভদ্ৰা যোশী (ইংৰাজী: Subhadra Joshi; ২৩ মাৰ্চ ১৯১৯ – ৩০ অক্টোবৰ ২০০৩; শিয়ালকোট, পঞ্জাৱ) এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী, ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংসদ আছিল। তেওঁ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু পিছত দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ (ডিপিচিচি) সভাপতি হৈছিল।[2] তেওঁ ব্ৰিটিছ ভাৰতৰ অধীনৰ শিয়ালকোটৰ (বৰ্তমান পাকিস্তানত) বাসিন্দা।[3]
ক্ষিপ্ৰ তথ্য সুভদ্ৰা যোশী, ব্যক্তিগত তথ্য ...
সুভদ্ৰা যোশী | |
---|---|
![]() সুভদ্ৰা যোশীৰ স্থিৰচিত্ৰ | |
ব্যক্তিগত তথ্য | |
জন্ম | সুভদ্ৰা দত্ত ২৩ মাৰ্চ, ১৯১৯ শিয়ালকোট, পঞ্জাৱ, ব্ৰিটিছ ভাৰত[1] |
মৃত্যু | ৩০ অক্টোবৰ, ২০০৩ (৮৪ বছৰ) দিল্লী, ভাৰত |
শিক্ষানুষ্ঠান | মহাৰাজা গাৰ্লচ স্কুল, লেডী মেক্লেগান হাই স্কুল, কন্যা মহাবিদ্যালয়, ফৰ্মেন খ্ৰীষ্টান কলেজ |
বন্ধ কৰক