সৰোজিনী নাইডু
From Wikipedia, the free encyclopedia
সৰোজিনী নাইডু (ইংৰাজী: Sarojini Naidu) (১৩ ফেব্ৰুৱাৰী ১৮৭৯ – ২ মাৰ্চ ১৯৪৯) স্বকীয় বৈশিষ্ট্যৰে পৰিচিত এগৰাকী মহিলা যি কেৱল এগৰাকী স্বাধীনতা-কৰ্মীৰ লগতে এগৰাকী অনুভূতিপ্ৰৱণ কবি আছিল। তেখেতক ভাৰতীয় কোকিলা বা দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া নামেৰেও জনা যায়।[1] তেখেত একাধাৰে এগৰাকী দেশপ্ৰেমিক, ৰাজনীতিবিদ, প্ৰশাসনিক দক্ষতাসম্পন্ন, বক্তা, সমাজকৰ্মী, গৃহিণী আছিল।
ক্ষিপ্ৰ তথ্য সৰোজনী নাইডু, জন্ম ...
সৰোজনী নাইডু | |
---|---|
১৯৬৪ চনত সৰোজিনী নাইডুৰ নামত ভাৰত চৰকাৰে প্ৰবৰ্ত্তন কৰাৰ এটা ডাকটিকট | |
জন্ম | সৰোজিনী চট্টোপাধ্যায় ১৩ ফেব্ৰুৱাৰী, ১৮৭৯ হায়দৰাবাদ, হায়দৰাবাদ ৰাজ্য, ভাৰত |
মৃত্যু | ২ মাৰ্চ, ১৯৪৯ (৭০ বছৰ) লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | কিংছ কলেজ লণ্ডন গিৰটন কলেজ, কেমব্ৰিজ |
পেচা | কবি, লিখক, সমাজকৰ্মী |
দাম্পত্যসঙ্গী | ড॰ মুথয়ালা গোভিন্দ্ৰাজুলু |
সন্তান | জয়সূৰ্য, পদ্মজা, ৰণধীৰ, নীলৱাৰ আৰু লীলামণি |
বন্ধ কৰক