হংকং
From Wikipedia, the free encyclopedia
হংকং (ইংৰাজী: Hong Kong; চীনা: 香港), চৰকাৰীভাৱে প্ৰজাতান্ত্ৰিক চীনৰ হংকং বিশেষ প্ৰশাসনিক অঞ্চল, হৈছে চীনৰ পাৰ্ল নদীৰ ব-দ্বীপ আৰু দক্ষিণ চীন সাগৰৰ দক্ষিণ তীৰত অৱস্থিত এখন স্বায়ত্ত্বশাসিত ৰাজ্য।[5] হংকং ইয়াৰ দিগন্ত ৰেখা আৰু প্ৰাকৃতিক সুগভীৰ বন্দৰৰ বাবে বিখ্যাত[6] ইয়াৰ মটিকালি হৈছে ১১০৪ কিমি২ আৰু ইয়াৰ উত্তৰ সীমান্তত মূল চীনৰ গুৱাণ্ডন প্ৰান্ত আছে। প্ৰায় ৭.২ নিযুত নাগৰিকৰ[টোকা- ১] সৈতে, হংকং হৈছে পৃথিৱীৰ আটাইতকৈ জনবহুল মহানগৰ সমূহৰ ভিতৰত এক অন্যতম নগৰ।
ক্ষিপ্ৰ তথ্য Hong Kong Special Administrative Region of the People's Republic of China中華人民共和國香港特別行政區, ৰাষ্ট্ৰভাষা (সমূহ) ...
Hong Kong Special Administrative Region of the People's Republic of China 中華人民共和國香港特別行政區
|
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত "March of the Volunteers"[1] |
||||||
City flower Bauhinia blakeana (洋紫荊) |
||||||
Location of Hong Kong
|
||||||
ৰাষ্ট্ৰভাষা (সমূহ) |
|
|||||
স্বীকৃত আঞ্চলিক ভাষাসমূহ | Cantonese[2] | |||||
জনগোষ্ঠীসমূহ |
|
|||||
জাতীয়তাসূচক বিশেষণ |
|
|||||
Sovereign state | People's Republic of China | |||||
চৰকাৰ | Special administrative region of China[a] |
|||||
- | Chief Executive | Carrie Lam | ||||
- | Chief Secretary for Administration | |||||
- | Financial Secretary | John Tsang | ||||
- | Secretary for Justice | Rimsky Yuen | ||||
- | President of the Legislative Council | Jasper Tsang | ||||
History | ||||||
- | British possession | 26 January 1841 | ||||
- | Treaty of Nanking | 29 August 1842 | ||||
- | Convention of Peking | 18 October 1860 | ||||
- | Second Convention of Peking | 1 July 1898 | ||||
- | Japanese occupation | 25 December 1941 to 15 August 1945 |
||||
- | Transfer of sovereignty from the United Kingdom |
1 July 1997 |
||||
মাটিকালি | ||||||
- | মুঠ | ১,১০৪ বৰ্গ কিমি (179th) ৪২৬ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৪.৫৮ (৫০ km২; ১৯ sq mi)'"`UNIQ--ref-০০০০০০০২-QINU`"' | ||||
জনসংখ্যা | ||||||
- | 2014 আনুমানিক | ৭২,৩৪,৮০০'"`UNIQ--ref-০০০০০০০৩-QINU`"' (১০০th) | ||||
জিডিপি (পিপিপি) | 2015 আনুমানিক | |||||
- | মুঠ | $412.300 billion[3] (44th) | ||||
- | জনমুৰি | $56,428[3] (10th) | ||||
জিডিপি (নামমাত্ৰ) | 2015 আনুমানিক | |||||
- | মুঠ | $310.074 billion[3] (36th) | ||||
- | জনমুৰি | $42,437[3] (18th) | ||||
জিনি সহগ? (2007) | 43.4 | |||||
মানৱ উন্নয়ন সূচক (2013) | 0.891 (15th) | |||||
মুদ্ৰা | Hong Kong dollar (HK$) (HKD ) |
|||||
সময় অঞ্চল | (ইউটিচি+8) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | not observed (ইউটিচি+8) | ||||
তাৰিখ বিন্যাস | dd-mm-yyyy yyyy年mm月dd日 |
|||||
গাড়ী চলোৱা হয় | left | |||||
ISO 3166 code | HK | |||||
ইণ্টাৰনেট টিএলডি | .hk .香港 | |||||
কলিং ক'ড | ++852 |
বন্ধ কৰক
ক্ষিপ্ৰ তথ্য হংকং, চীনা ...
হংকং | |||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
চীনা | 香港 | ||||||||||||||||||||||||||||||
আক্ষৰিক অৰ্থ | Fragrant Harbour | ||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||
Hong Kong Special Administrative Region | |||||||||||||||||||||||||||||||
পৰম্পৰাগত চীনা লিপি | 香港特別行政區 (香港特區) | ||||||||||||||||||||||||||||||
সৰলীকৃত চীনা লিপি | 香港特别行政区 (香港特区) | ||||||||||||||||||||||||||||||
|
বন্ধ কৰক