![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/6e/Helena_Bonham_Carter_2011_AA.jpg/640px-Helena_Bonham_Carter_2011_AA.jpg&w=640&q=50)
হেলেনা ব'নহাম কাৰ্টাৰ
From Wikipedia, the free encyclopedia
হেলেনা ব’নহাম কাৰ্টাৰ (ইংৰাজী: Helena Bonham Carter) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ ১৯৬৬ চনৰ ২৬ মে' তাৰিখে লণ্ডন মহানগৰীৰ গ'ল্ডাৰছ গ্ৰীণত জন্মগ্ৰহণ কৰে। ১৯৮৩ চনৰ পৰা পেছাগত অভিনয় জীৱন আৰম্ভ কৰা কাৰ্টাৰ বৰ্তমানলৈকে সক্ৰিয় ৰূপত অভিনয়ৰ সৈতে জড়িত হৈ আছে।
ক্ষিপ্ৰ তথ্য হেলেনা ব’নহাম কাৰ্টাৰ CBE, জন্ম ...
হেলেনা ব’নহাম কাৰ্টাৰ CBE | |
---|---|
![]() ৮৩তম অস্কাৰ বঁটা ২০১১ প্ৰদানৰ অনুষ্ঠানত হেলেনা ব’নহাম কাৰ্টাৰ | |
জন্ম | ২৬ মে', ১৯৬৬ (৫৭ বছৰ) গ'ল্ডাৰছ গ্ৰীণ, লণ্ডন, ইংলেণ্ড , সংযুক্ত ৰাষ্ট্ৰ |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৮৩–বৰ্তমানলৈ |
অংশীদাৰ | টিম বাৰ্টন (২০০১–বৰ্তমানলৈ) |
সন্তান | বিলি বাৰ্টন নেল বাৰ্টন |
বন্ধ কৰক