২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা
From Wikipedia, the free encyclopedia
২০১২ চনৰ দিল্লী দলবদ্ধ ধৰ্ষণ আৰু হত্যা (ইংৰাজী: 2012 Delhi gang rape and murder) ২০১২ চনৰ ১৬ ডিচেম্বৰত দক্ষিণ দিল্লীৰ পাৰ্শ্বৱৰ্তী অঞ্চল মুনিৰ্কাত সংঘটিত এক ধৰ্ষণ আৰু মাৰাত্মক আক্ৰমণৰ ঘটনাক সূচায়। সেইদিনা নিশা জ্যোতি সিঙ নামৰ ২৩ বছৰীয়া মহিলা ফিজিঅ'থেৰাপী ইণ্টাৰ্ন এগৰাকীয়ে তেওঁৰ পুৰুষ বন্ধুৰ সৈতে বাছত গৈ থাকোঁতে বাছৰ ভিতৰতে জ্যোতিক দলবদ্ধ ধৰ্ষণ আৰু অত্যাচাৰ কৰে। বাছখনত চালকসহ আন ছয়জন ব্যক্তি আছিল আছিল, এই সকলোৱে মিলি মহিলাগৰাকীক ধৰ্ষণ কৰে। সিহঁতে তেওঁৰ বন্ধুজনে বাধা প্ৰদান কৰাত সিহঁতে বন্ধুজনকো প্ৰহাৰ কৰে। আক্ৰমণৰ এঘাৰ দিন পিছত তেওঁক জৰুৰীকালীন চিকিৎসাৰ বাবে ছিংগাপুৰৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল, কিন্তু দুদিন পিছত মৃত্যু হয়।[2][3]
ক্ষিপ্ৰ তথ্য সময়, তাৰিখ ...
দিল্লীৰ ইণ্ডিয়া গেটত প্ৰতিবাদ | |
সময় | নিশা ৯:৫৪ (ভাৰতীয় সময়) |
---|---|
তাৰিখ | ১৬ ডিচেম্বৰ ২০১২ |
স্থান | দিল্লী, ভাৰত |
পৰৰ্ৱতী প্ৰভাৱ | * ৰাম সিঙে বিচাৰাধীন অৱস্থাতে আত্মহত্যা কৰে
|
মৃত্যু | জ্যোতি সিং |
গুৰুতৰ আঘাটপ্ৰাপ্ত | অৱিন্দ্ৰ প্ৰতাপ পাণ্ডে |
Convicted | * মুকেশ সিং
|
Verdict | অপৰাধ |
বন্ধ কৰক