From Wikipedia, the free encyclopedia
আপুনি যি চিত্ৰ বা মিডিয়া আপল’ড কৰিব খুজিছে সেয়া মুক্ত হয়নে? তেন্তে অনুগ্ৰহ কৰি ৱিকিপিডিয়া কমন্সত একাউণ্ট সৃষ্টি কৰি বা প্ৰৱেশ কৰি চিত্ৰখনক তাতেই আপল’ড কৰক।
আপুনি আপল’ড কৰিব বিচৰা চিত্ৰ অথবা মাল্টিমিডিয়া (শ্ৰৱণযোগ্য অথৱা দৃশ্যশ্ৰাব্য) ফাইল কেনে প্ৰকাৰৰ সেয়া বাচনি কৰিবৰ বাবে তলৰ বিকল্পসমূহৰ মাজৰ পৰা নীলা লিঙ্কত ক্লিক কৰি নিৰ্দিষ্ট আপল’ড ফৰ্ম খুলি সেই ফৰ্ম পুৰণ কৰি চিত্ৰ অথবা মাল্টিমিডিয়া ফাইল আপল’ড কৰক।
অনুজ্ঞাপত্ৰ কোনখন হ’ব আৰু ইয়াৰ কপিৰাইট টেগ কি সেয়া জনাৰ বাবে ৱিকিপিডিয়া কপিৰাইট টেগ (ইংৰাজী) চাওক, য’ত আপুনি এখন সম্পূৰ্ণ তালিকা পাব। যদি আপুনি আমাৰ ৱিকিপিডিয়াৰ চিত্ৰ আপল’ডৰ পদ্ধতি (ইংৰাজী) আৰু ছবি ব্যৱহাৰৰ নীতিৰ সম্পৰ্কে সুপৰিচিত আৰু ইতিমধ্যে চিত্ৰৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োগ কৰিব পাৰে, তেন্তে পোনপটীয়াকৈ আপল’ড ফৰ্মত গৈ আপল’ড কৰক।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.