−১
From Wikipedia, the free encyclopedia
গণিতত -১ (ঋণাত্মক এক বা বিয়োগ এক) হৈছে ১ ৰ যোগাত্মক বিপৰীত, অৰ্থাৎ যিটো সংখ্যা ১ৰ লগত যোগ কৰিলে যোগাত্মক অভেদ মৌল ০ পোৱা যায়। ই ঋণাত্মক দুই (-২)তকৈ ডাঙৰ ঋণাত্মক অখণ্ডসংখ্যা আৰু ০ তকৈ সৰু।
ক্ষিপ্ৰ তথ্য ←−২ −১ ০→, অংকবাচক ...
| |||||||
---|---|---|---|---|---|---|---|
সংখ্যাৰ তালিকা — অখণ্ড সংখ্যা | |||||||
অংকবাচক | negative one | ||||||
পূৰণবাচক | −১ (negative first) | ||||||
আৰবিক | −١ | ||||||
ইংৰাজী ভাষা | −1 | ||||||
অসমীয়া | −১ | ||||||
Binary (byte) |
| ||||||
Hex (byte) |
|
বন্ধ কৰক