চি (প্ৰগ্ৰামিং লেংগুৱেজ)
From Wikipedia, the free encyclopedia
চি (C) হ’ল বেল লেবৰটেৰিজত ১৯৬৯ ৰ পৰা ১৯৭৩ চনৰ কালছোৱাত ডেনিচ ৰিট্চী ৰ দ্বাৰা বিকাশিত এটা কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ[4]। ই এজন প্ৰগ্ৰেমাৰক কম্পিউটাৰ আৰ্কিটেক্সাৰৰ হাই লেভেল লেংগুৱেজৰ পৰা ল' লেভেল লেংগুৱেজলৈকে এক বিস্তৃত পৰিসৰ প্ৰদান কৰে[5][6]। বিশ্বৰ বহুলভাৱে ব্যৱহৃত প্ৰগ্ৰামিং লেংগুৱেজসমূহৰ ভিতৰত চি লেংগুৱেজ অন্যতম। পৰৱৰ্তী সময়ত বিকশিত হোৱা প্ৰগ্ৰামিং লেংগুৱেজসমূহ, যেনে C++, C#, D, Go, Java, JavaScript, Limbo, LPC, Perl, PHP, Python ইত্যাদি প্ৰত্যক্ষ বা পৰোক্ষভাৱে চি(C) লেংগুৱেজৰ দ্বাৰা প্ৰভাৱিত।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, সৃষ্টিৰ সময় ...
The C Programming Language[1] (aka "K&R"), the seminal book on C | |
প্ৰকাৰ | Imperative (procedural), structured |
---|---|
সৃষ্টিৰ সময় | 1972[2] |
সৃষ্টিকৰ্তা | Dennis Ritchie |
বিকাশক | Dennis Ritchie & Bell Labs (creators); ANSI X3J11 (ANSI C); ISO/IEC JTC1/SC22/WG14 (ISO C) |
Stable release | C11 (December 2011) |
Typing discipline | Static, weak, manifest, nominal |
Major implementations | Clang, GCC, Intel C, MSVC, Pelles C, Watcom C |
উপভাষা | Cyclone, Unified Parallel C, Split-C, Cilk, C* |
Influenced by | B (BCPL, CPL), ALGOL 68,[3] Assembly, PL/I, FORTRAN |
Influenced | Numerous: AMPL, AWK, csh, C++, C--, C#, Objective-C, BitC, D, Go, Java, JavaScript, Limbo, LPC, Perl, PHP, Pike, Processing, Seed7 |
অপাৰেটিং চিষ্টেম | Cross-platform (multi-platform) |
ফাইল এক্সটেঞ্চন | .h .c |
C Programming at Wikibooks |
বন্ধ কৰক