জাষ্টিকা আধাট’ডা, সাধাৰণতে অসমীয়াত বগা বাহক নামে জনাজাত এই চিৰসেউজীয়া আৰু জোপোহা সপুষ্পক উদ্ভিদজোপা হৈছে একপ্ৰকাৰৰ ঔষধীয় উদ্ভিদ। ই এছিয়াৰ এক থলুৱা উদ্ভিদ। সিদ্ধ চিকিৎসা, আয়ুৰ্বেদ, হোমিঅপেথি আৰু য়ুনানী চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়।[1]তিতাফুল বা ৰঙা বাহকৰ পৰিয়ালৰ উদ্ভিদ। ওখ প্ৰায় ৫-৬ ফুট মান হয়। পাত ডাঙৰ আৰু আগবোৰ জোঙা, ডিচেম্বৰৰ পৰা এপ্ৰিল মাহত ফুল ফুলে। পাত আৰু ফুলৰ সোৱাদ তিতা।

Stub icon এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।
ক্ষিপ্ৰ তথ্য জাষ্টিকা আধাট’ডা বগা বাহক, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
জাষ্টিকা আধাট’ডা
বগা বাহক
Thumb
বগা বাহকৰ ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
বিভাগ: Tracheophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Lamiales
পৰিয়াল: Acanthaceae
গণ: Justicia
প্ৰজাতি: J. adhatoda
বৈজ্ঞানিক নাম
Justicia adhatoda
C. Linnaeus, 1753.
সমাৰ্থক
  • Adatoda arborea Raf.
  • Adhatoda adhatoda (L.) Huth
  • Adhatoda pubescens Moench
  • Adhatoda vasica Nees
  • Adhatoda zeylanica Medic.
  • Dianthera latifolia Salisb.
  • Ecbolium adhatoda (L.) Druce
  • Ecbolium adhatoda (L.) Kuntze
  • Gendarussa adhatoda (L.) Steud.
  • Justicia caracasana Sieber ex Nees
বন্ধ কৰক

বগা বাহকৰ ইংৰাজী নাম হৈছে, মালাবাৰ নাত, আডুল্‌ছা, আধাট’ডা, ভাছা, আৰু ভাছাকা।[2][3]

Thumb
বগা বাহক

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.