![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9c/Mamata_banerjee.jpg/640px-Mamata_banerjee.jpg&w=640&q=50)
মমতা বন্দ্যোপাধ্যায়
From Wikipedia, the free encyclopedia
মমতা বন্দ্যোপাধ্যায় (ইংৰাজী: Mamata Banerjee) পশ্চিমবংগৰ একাদশতম তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভানেত্ৰী।[1][2] ১৯৯৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাতি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ স্থাপন কৰে। পশ্চিমবংগত তেখেত দিদি (বাইদেউ) নামে পৰিচিত।
ক্ষিপ্ৰ তথ্য মমতা বন্দ্যোপাধ্যায়়, পশ্চিমবংগৰ একাদশতম মুখ্যমন্ত্ৰী পশ্চিমবংগ চৰকাৰ ...
মমতা বন্দ্যোপাধ্যায়় | |
---|---|
![]() মমতা বন্দ্যোপাধ্যায়় | |
পশ্চিমবংগৰ একাদশতম মুখ্যমন্ত্ৰী পশ্চিমবংগ চৰকাৰ | |
কাৰ্যকাল ২০ মে, ২০১১ – বৰ্তমান | |
পূৰ্বসূৰী | বুদ্ধদেব ভট্টাচাৰ্য |
ৰেলমন্ত্ৰী (ভাৰত) | |
কাৰ্যকাল ২২ মে, ২০০৯ – ১৯ মে, ২০১১ | |
পূৰ্বসূৰী | লালু প্ৰসাদ যাদৱ |
উত্তৰসূৰী | মনমোহন সিংহ (প্ৰোটেম) |
সমষ্টি | দক্ষিণ কলকাতা লোকসভা কেন্দ্ৰ (১৯৯১, ১৯৯৬, ১৯৯৮, ২০০৪,২০০৯) |
ৰেলমন্ত্ৰী (ভাৰত) | |
কাৰ্যকাল ২২ মে, ১৯৯৮ – ২০০১ | |
উত্তৰসূৰী | ৰামবিলাস পাচোয়ান |
সমষ্টি | দক্ষিণ কলকাতা লোকসভা কেন্দ্ৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ৫ জানুৱাৰী, ১৯৫৫ (৬৯ বছৰ) কলকাতা, পশ্চিমবংগ, ভাৰত |
ৰাজনৈতিক দল | সৰ্বভাৰতীয়় তৃণমূল কংগ্ৰেছ |
উচ্চতা | সাঁচ:Infobox person/height |
দাম্পত্যসঙ্গী | অবিবাহিত |
সন্তান | নাই |
শিক্ষানুষ্ঠান | যোগমায়া দেবী কলেজ(বি.এ.) কলিকাতা বিশ্ববিদ্যালয়(এম.এ.) শ্ৰী শিক্ষায়তন কলেজ(বি.এড.) যোগেশচন্দ্ৰ চৌধুৰী ল কলেজ(এল.এল.বি.) |
পেচা | ৰাজনীতি |
স্বাক্ষৰ | |
ৱেবছাইট | মমতা বন্দ্যোপাধ্যায়় |
বন্ধ কৰক