তামিল ভাষা (தமிழ்) ভাষাত ভাৰতৰ ছয় কোটিৰো বেছি মানুহে কথা পাতে। এই ভাষাটো দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ চৰকাৰী ভাষা আৰু উত্তৰ আৰু উত্তৰ-পূৱ শ্ৰীলঙ্কাৰ প্ৰধান ভাষা। ইয়াৰ উপৰিও চিঙ্গাপুৰ, মালয়েচিয়া, মৰিচাছ আৰু দক্ষিণ আফ্ৰিকাত বহুতো তামিলভাষী মানুহ আছে। সমগ্ৰ বিশ্বত প্ৰায় চাৰে সাত কোটি লোকে তামিল ভাষাত কথা পাতে।

ক্ষিপ্ৰ তথ্য Tamil, উচ্চাৰণ ...
Tamil
தமிழ்
তামিল
Thumb
উচ্চাৰণ সাঁচ:IPA-ta; এই শব্দটোৰ বিষয়ে pronunciation
থলুৱা অঞ্চল ভাৰত
শ্ৰীলংকা
জাতীয়তা তামিল মানুহ
স্থানীয় ভাষিক
৭৫.২ মিলিয়ন (2011–2015)[1][2]
৫.৯৬ মিলিয়ন[1]
ভাষা পৰিয়াল
দ্ৰাবিড়
  • দক্ষিণা দ্ৰাবিড়
    • তামিল—কান্নাডা
      • তামিল—কডাগু
        • তামিল—মালায়ালম
          • তামিল
            • Tamil
পূৰ্বসূৰী
পুৰণি তামিল
  • মধ্য তামিল
লিখন প্ৰণালী Tamil (Brahmic)
Tamil-Brahmi (historical)
Grantha (historical)
Vatteluttu (historical)
Pallava (historical)
Kolezhuthu (historical)
Arwi (Abjad)
Tamil Braille (Bharati)
Latin script (informal)
সংকেতিক ৰূপ
Signed Tamil
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 শ্ৰীলংকা
 ছিংগাপুৰ
 ভাৰত:
 এচিয়েন[5]
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা
ভাষা সংকেত
ISO 639-1 ta
ISO 639-2 tam
ISO 639-3 Either:
tam  Modern Tamil
oty  Old Tamil
ভাষাতাত্বিক
oty Old Tamil
গ্লোটোলগ tami1289  Modern Tamil[9]
oldt1248  Old Tamil[10]
লিংগোৱাস্ফেয়াৰ 49-EBE-a
Thumb
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।
বন্ধ কৰক

বৰ্ণ

তামিল বৰ্ণমালা আন ভাৰতীয় বৰ্ণমালাতকৈ পৃথক। প্ৰতিটো বৰ্গৰ বাবে মাত্ৰ এটাকৈ বৰ্ণ আছে। যেনে - ক বৰ্গৰ আখৰ ক, খ, গ, ঘ, ঙ লিখিবলৈ க ব্যৱহাৰ কৰা হয়।

অধিক তথ্য অসমীয়া, তামিল ...
অসমীয়াতামিল
ক বৰ্গ
চ বৰ্গ
ট বৰ্গ
ত বৰ্গ
প বৰ্গ
বন্ধ কৰক

ள-ळ, ழ-ऴ, ற-ऱ, ன-ऩ - এইবিলাক বৰ্ণ বুজাব পৰা সমাৰ্থক অসমীয়া বৰ্ণ নাই।

সাধাৰণ সংখ্যাৰ বাহিৰেও তামিল ভাষাত ১০, ১০০ আৰু ১০০০ৰ বাবে চিহ্ন আছে। দিন, মাহ, বছৰ, ডেবিট, ক্ৰেডিট, টকা আৰু সংখ্যাৰ বাবেও চিহ্ন উপস্থিত থাকে। তামিলত কেইবাটাও ঐতিহাসিক ভগ্নাংশ চিহ্নৰ মাধ্যমেৰে ব্যৱহাৰ কৰা হয়।

সংখ্যা

অধিক তথ্য ০, ১ ...
১০১০০১০০০
বন্ধ কৰক
অন্ৰু = এক
ইৰণ্ডু = দুই
মুন্ৰু = তিনি
নান্গু = চাৰি
ঐন্দু = পাঁচ
আৰু = ছয়
এলু = সাত
ঔট্টু = আঠ
ঔন্পদু = ন
পত্তু = দহ

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.