From Wikipedia, the free encyclopedia

আ
Remove ads

(IPA:a) অসমীয়া লিপিস্বৰবৰ্ণৰ দ্বিতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'আ'ও এটি স্বৰধ্বনি, সেয়েহে 'আ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'আ'-ক এনেদৰে ⠜ (braille pattern dots-345) লিখা যায়।[2]

Thumb

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে আৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'আ'ৰ গৌণ প্ৰতীক। 'আ'ৰ এই ৰূপ হ'ল 'া'।[3] যেনে ক্+আ=কা আদি।

ইউনিক’ড

অধিক তথ্য ৰূপ, চিহ্ন ...

'আ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ

  • আম
  • আই
  • আকাশবাণী
  • আৰ্যভট্ট
  • আইদেউ
  • আইন
  • আইমণি
  • আকস্মিক
  • আকাশ
  • আকাশীতৰা
  • আপুৰুগীয়া
  • আবেগ
  • আবেলি
  • আভ্যন্তৰীণ
  • আভা
  • আমাৰ
  • আৰ্তনাদ
  • আৰম্ভ
  • আৰ্য
  • আৰাধ্য
  • আলু
  • আলোক
  • ‌ আলোকচিত্ৰ
  • আলোকবিজ্ঞান
  • আলোচনা
  • আশা
  • আক্ষৰিক

আ-কাৰ যুক্ত শব্দৰ উদাহৰণ

তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads