From Wikipedia, the free encyclopedia

ঈ
Remove ads

অসমীয়া লিপিস্বৰবৰ্ণৰ চতুৰ্থ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঈ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঈ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঈ'-ক এনেদৰে ⠔ (braille pattern dots-35) লিখা যায়।[2]

Thumb

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঈ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঈ'ৰ গৌণ প্ৰতীক। 'ঈ'ৰ এই ৰূপ হ'ল 'ী'।[3] যেনে ক্+ঈ=কী আদি।

ইউনিক’ড

অধিক তথ্য ৰূপ, চিহ্ন ...

'ঈ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ

ঈ-কাৰ যুক্ত শব্দৰ উদাহৰণ

  • কীৰ্তন

তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads