উ
From Wikipedia, the free encyclopedia
Remove ads
উ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ পঞ্চম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'উ'ও এটি স্বৰধ্বনি, সেয়েহে 'উ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'উ'-ক এনেদৰে লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'উ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'উ'ৰ গৌণ প্ৰতীক। 'উ'ৰ এই ৰূপ হ'ল 'ু'।[3] যেনে ক্+উ=কু আদি।
ইউনিক’ড
'উ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
- উট
- উপন্যাস
- উমানন্দ
- উত্তৰাঞ্চল
- উত্তৰ প্ৰদেশ
- উকা
- উগ্ৰপন্থী
- উচ্চ
- উজনি
- উঠ
- উত্তৰ
- উত্তৰ-পূব
- উদাহৰণ
- উনবিংশ
- উভয়
- উৰণীয়া
- উল্লেখযোগ্য
- উশাহ-নিশাহ
- উষ্ণতা
উ-কাৰ যুক্ত শব্দৰ উদাহৰণ
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads