কেতেকেশ্বৰ দেৱালয়

From Wikipedia, the free encyclopedia

কেতেকেশ্বৰ দেৱালয়
Remove ads

তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত যুগৰে নিদৰ্শন বুলি অনুমান কৰা হয়। ৰাজমোহন নাথ, তত্বভূষণৰ ‘গৌৰৱময় অসম’ত এই কেতেকেশ্বৰ সম্পৰ্কে ফটোৰে সৈতে উল্লেখ আছে এই বুলি- "এই দীঘল আৰু পঞ্চমূখী শিৱলিংগটো ভূতি বৰ্ম্মা আদি কামৰূপীয় ৰজা সকলে পূজা কৰা হাটকেশ্বৰ শিৱ লিংগ বুলি অনুমান হয়"। প্ৰায় ৯ হাত দৈৰ্ঘ্যৰ আৰু ৪ হাত বেৰৰ এই শিৱলিংগৰ ওচৰতে পৰি আছে বৃহদাকাৰ যোনী পীঠ[1]

ক্ষিপ্ৰ তথ্য কেতেকেশ্বৰ দেৱালয় ...
Remove ads

তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads