জীৱবিজ্ঞান

বিজ্ঞানৰ এটি শাখা য'ত জীৱনৰ বিষয়ে অধ্যয়ন কৰা হয় From Wikipedia, the free encyclopedia

Remove ads

জীৱ-বিজ্ঞান (ব্ৰিটিছ ইংৰাজী: Biology, আমেৰিকান ইংৰাজী: Life sciences বা Bioscience) হৈছে বিজ্ঞানৰ এটা শাখা য’ত জীৱ (যেনে— গছ-গছনি, জীৱ-জন্তু, মানুহ ) আদিৰ ৱৈজ্ঞানিক আলোচনা কৰা হয়। জীৱ-বিজ্ঞান জীৱনৰ গুণৱতা আৰু মানৰ যথেষ্ট উন্নতিসাধন কৰিছে।

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads