জুলাই

গ্ৰেগৰীয় বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ সপ্তম মাহ From Wikipedia, the free encyclopedia

Remove ads

জুলাই গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ সপ্তম মাহ। এই মাহত মুঠ ৩১ দিন।

১০১১১২
১৩১৪১৫১৬১৭১৮১৯
২০ ২১ ২২২৩২৪২৫২৬
২৭২৮২৯৩০৩১  

নামকৰণ

ৰোমান সেনাপতি জুলিয়াছ চিজাৰ এই মাহত জন্মগ্ৰহণ কৰিছিল। সেয়ে তেওঁৰ নামানুসাৰে এই মাহৰ নাম জুলাই ৰখা হৈছে।

প্ৰতীক

Thumb
জুলাই মাহৰ জন্মশিল হৈছে ৰুবি , যি সন্তুষ্টিৰ প্ৰতীক।
Thumb
নীলা ডেলফিনিয়াম
Thumb
ইয়াৰ জন্মৰ ফুল হ'ল লাৰ্কস্পাৰ আৰু জলশেৱালি৷

ৰাশিবোৰ হ’ল কৰ্কট ৰাশি (২২ জুলাইলৈকে) আৰু সিংহ ৰাশি (২৩ জুলাইৰ পৰা)।[1][2]

তথ্যসূত্ৰ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads