বঙালী ভাষা

প্ৰাচ্য ভাৰতীয়-আৰ্য ভাষা From Wikipedia, the free encyclopedia

বঙালী ভাষা
Remove ads

বঙালী, বঙলা বা বাংলা হৈছে দক্ষিণ এছিয়াৰ পূৰ্বপ্ৰান্তৰ এটা ইন্দো-আৰ্য ভাষাসংস্কৃত, পালি আৰু প্ৰাকৃত ভাষাৰ মাজেৰে বঙালী ভাষাৰ উদ্ভৱ হৈছে। প্ৰায় ৩০ কোটি মানুহৰ ভাষা বঙালী মাতৃভাষাৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ষষ্ঠ বৃহত্তম ভাষা। বঙালী দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত বঙ্গ বা বাংলা নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। বঙালী বাংলাদেশৰ প্ৰধান ভাষা আৰু একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা। ভাৰতবৰ্ষত বঙালী দ্বিতীয় সৰ্বোচ্চ কথিত ভাষা।[1][2] বঙালী হৈছে ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকাৰ চৰকাৰী ভাষা আৰু বংগোপসাগৰত অৱস্থিত আন্দামান দ্বীপপুঞ্জৰ প্ৰধান কথিত ভাষা। মধ্য প্ৰাচ্য, আমেৰিকা আৰু ইউৰোপতো যথেষ্ট সংখ্যক বঙালী ভাষী অভিবাসী আছে। বাংলাদেশৰ জাতীয় সংগীত আৰু ভাৰতৰ জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় স্তোত্ৰ বাংলা ভাষাত লিখা হৈছে।

ক্ষিপ্ৰ তথ্য বঙালী, থলুৱা অঞ্চল ...
Remove ads

ইতিহাস

খ্ৰীষ্টীয় প্ৰথম সহশ্ৰাব্দৰ শেষৰ ফালে অহা মধ্য ভাৰতীয় আৰ্যভাষাসমূহৰ বিভিন্ন অপভ্ৰংশৰ পৰা আধুনিক ভাৰতীয় ভাষাসমূহৰ উদ্ভৱ ঘটে, সেইবোৰৰ মাজত বঙালী ভাষাটোৱো এটা।[3] কোনো কোনো ভাষাবিদে তাৰো অনেক আগেয়ে, অৰ্থাত ৫০০ খ্ৰীষ্টাব্দৰ ফালে, বঙালী ভাষাৰ জন্ম হৈছিল বুলি মত পোষণ কৰে।[4] বঙালী ভাষাৰ ইতিহাসক সাধাৰণতে তিনি ভাগত বিভক্ত কৰা হয়:[3]

  1. প্ৰাচীন বঙালী (৯০০/১০০০ খ্ৰীষ্টাব্দ – ১৪০০ খ্ৰীষ্টাব্দ) — লিখিত নিদৰ্শনৰ মাজত আছে চৰ্যাপদ, ভক্তিমূলক গান; আমি, তুমি, ইত্যাদি সৰ্বনামৰ আবিৰ্ভাৱ; ক্ৰিয়াবিভক্তি -ইলা, -ইবা, ইত্যাদি। ওড়িয়া ভাষা আৰু অসমীয়া ভাষাত এই পৰব বঙালীৰ পৰা বেলেগ হৈ পৰে।
  2. মধ্য বঙালী (১৪০০–১৮০০ খ্ৰীষ্টাব্দ ) — এই সময়চোৱা গুৰুত্বপূৰ্ণ লিখিত নিদৰ্শন চণ্ডীদাসৰ শ্ৰীকৃষ্ণকীৰ্তন; শব্দৰ শেষত “অ” ধ্বনিৰ বিলোপ; যৌগিক ক্ৰিয়াৰ প্ৰচলন; ফাৰ্ছী ভাষাৰ প্ৰভাৱ। কোনো কোনো ভাষাবিদে এই যুগক আদি আৰু অন্ত এই দুই ভাগত ভাগ কৰে।
  3. আধুনিক বঙালী (১৮০০ খ্ৰীষ্টাব্দৰ পৰা) — ক্ৰিয়া আৰু সৰ্বনামৰ সংক্ষেপন (যেনে তাহাৰতাৰ; কৰিয়াছিলকৰেছিল)।

বঙালী ভাষা ঐতিহাসিক ভাৱে পালিৰ লগত বেছি সম্পৰ্কিত হ’লেও মধ্য বঙালীৰ (চৈতন্য যুগেত) আৰু বঙালী সাহিত্যৰ আধুনিক নৱজাগৰণৰ সময়ত বঙালীৰ ওপৰত সংস্কৃত ভাষাৰ প্ৰভাৱ বৃদ্ধি পায়। দক্ষিণ এছিয়াৰ আধুনিক ইন্দো-ইউৰোপীয় ভাষাসমূহৰ মাজত বঙালী আৰু মাৰাঠিৰ শব্দবোৰৰ মাজত বহুটো সংস্কৃত শব্দ আছে; আন দিশে হিন্দী আৰু অন্যান্য ভাষাবোৰ আৰবী আৰু ফাৰ্ছী ভাষাৰ দ্বাৰা প্ৰভাবিত হৈছে।

Thumb
বঙালী ভাষা ৰক্ষাৰ বাবে আন্দোলনকাৰীসকলৰ স্মৰণত নিৰ্মিত ঢাকা-ৰ শ্বহীদ মিনাৰ

১৮শ শতিকাৰ পূৰ্বে বঙালী ভাষাৰ ব্যাকৰণ ৰচনাৰ ক্ষেত্ৰত কোনোও উদ্যোগ লোৱা নাছিল। পৰ্তুগিজ মিশ্যনেৰী পাদ্ৰী মানোএল দা আছসুম্পসাঁউ Vocabolario em idioma Bengalla, e Portuguez dividido em duas partes নামত বঙালী ভাষাৰ প্ৰথম অভিধান আৰু ব্যাকৰণ ৰচনা কৰে; ১৭৩৪ ৰ পৰা ১৭৪২ চন পৰ্যন্ত ভাওয়ালত কৰ্মৰত অৱস্থাত তেও এইখন লিখিছিল।[5] ন্যাথানিয়েল ব্ৰাচি হালহেড নামৰ এজন ইংৰাজ প্ৰাচ্যবিদে বঙালীৰ এখন আধুনিক ব্যাকৰণ লিখে, (A Grammar of the Bengal Language (১৭৭৮)) যিখন ছপাখানাৰ হৰফ (type) ব্যৱহাৰ কৰি প্ৰকাশিত সৰ্বপ্ৰথম বঙালী গ্ৰন্থ।[6] বঙালীসকলৰ মাজত ৰাজা ৰামমোহন ৰায় আছিল প্ৰথম ব্যাকৰণ ৰচয়িতা; তেখেতৰ গ্ৰন্থখনৰ নাম "Grammar of the Bengali Language" (১৮৩২)।[7] ১৯৫১–৫২ চনত পূৰ্ব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) সংঘটিত "ভাষা আন্দোলনৰ" ভিত্তি আছিল বঙালী ভাষা।[8] পূৰ্ব পাকিস্তানৰ সংখ্যাগৰিষ্ঠ মানুহ বঙালীভাষী হোৱা সত্ত্বেও একমাত্ৰ উৰ্দু ভাষাকেই সাংবিধানিক ভাৱে ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ প্ৰতিবাদতেই ভাষা আন্দোলনৰ আৰম্ভণি হৈছিল।

Remove ads

কোংজাকৎস

ক্ষড়ঢ়য়
ক্কক্খক্গক্ঘক্ঙক্চক্ছক্জক্ঝক্ঞক্টক্ঠক্ডক্ঢক্ণক্তক্থক্দক্ধক্নক্পক্ফক্বক্ভক্মক্যক্ৰক্লক্ৱক্শক্ষক্সক্হক্ক্ষক্ড়ক্ঢ়ক্য়
খ্কখ্খখ্গখ্ঘখ্ঙখ্চখ্ছখ্জখ্ঝখ্ঞখ্টখ্ঠখ্ডখ্ঢখ্ণখ্তখ্থখ্দখ্ধখ্নখ্পখ্ফখ্বখ্ভখ্মখ্যখ্ৰখ্লখ্ৱখ্শখ্ষখ্সখ্হখ্ক্ষখ্ড়খ্ঢ়খ্য়
গ্কগ্খগ্গগ্ঘগ্ঙগ্চগ্ছগ্জগ্ঝগ্ঞগ্টগ্ঠগ্ডগ্ঢগ্ণগ্তগ্থগ্দগ্ধগ্নগ্পগ্ফগ্বগ্ভগ্মগ্যগ্ৰগ্লগ্ৱগ্শগ্ষগ্সগ্হগ্ক্ষগ্ড়গ্ঢ়গ্য়
ঘ্কঘ্খঘ্গঘ্ঘঘ্ঙঘ্চঘ্ছঘ্জঘ্ঝঘ্ঞঘ্টঘ্ঠঘ্ডঘ্ঢঘ্ণঘ্তঘ্থঘ্দঘ্ধঘ্নঘ্পঘ্ফঘ্বঘ্ভঘ্মঘ্যঘ্ৰঘ্লঘ্ৱঘ্শঘ্ষঘ্সঘ্হঘ্ক্ষঘ্ড়ঘ্ঢ়ঘ্য়
ঙ্কঙ্খঙ্গঙ্ঘঙ্ঙঙ্চঙ্ছঙ্জঙ্ঝঙ্ঞঙ্টঙ্ঠঙ্ডঙ্ঢঙ্ণঙ্তঙ্থঙ্দঙ্ধঙ্নঙ্পঙ্ফঙ্বঙ্ভঙ্মঙ্যঙ্ৰঙ্লঙ্ৱঙ্শঙ্ষঙ্সঙ্হঙ্ক্ষঙ্ড়ঙ্ঢ়ঙ্য়
চ্কচ্খচ্গচ্ঘচ্ঙচ্চচ্ছচ্জচ্ঝচ্ঞচ্টচ্ঠচ্ডচ্ঢচ্ণচ্তচ্থচ্দচ্ধচ্নচ্পচ্ফচ্বচ্ভচ্মচ্যচ্ৰচ্লচ্ৱচ্শচ্ষচ্সচ্হচ্ক্ষচ্ড়চ্ঢ়চ্য়
ছ্কছ্খছ্গছ্ঘছ্ঙছ্চছ্ছছ্জছ্ঝছ্ঞছ্টছ্ঠছ্ডছ্ঢছ্ণছ্তছ্থছ্দছ্ধছ্নছ্পছ্ফছ্বছ্ভছ্মছ্যছ্ৰছ্লছ্ৱছ্শছ্ষছ্সছ্হছ্ক্ষছ্ড়ছ্ঢ়ছ্য়
জ্কজ্খজ্গজ্ঘজ্ঙজ্চজ্ছজ্জজ্ঝজ্ঞজ্টজ্ঠজ্ডজ্ঢজ্ণজ্তজ্থজ্দজ্ধজ্নজ্পজ্ফজ্বজ্ভজ্মজ্যজ্ৰজ্লজ্ৱজ্শজ্ষজ্সজ্হজ্ক্ষজ্ড়জ্ঢ়জ্য়
ঝ্কঝ্খঝ্গঝ্ঘঝ্ঙঝ্চঝ্ছঝ্জঝ্ঝঝ্ঞঝ্টঝ্ঠঝ্ডঝ্ঢঝ্ণঝ্তঝ্থঝ্দঝ্ধঝ্নঝ্পঝ্ফঝ্বঝ্ভঝ্মঝ্যঝ্ৰঝ্লঝ্ৱঝ্শঝ্ষঝ্সঝ্হঝ্ক্ষঝ্ড়ঝ্ঢ়ঝ্য়
ঞ্কঞ্খঞ্গঞ্ঘঞ্ঙঞ্চঞ্ছঞ্জঞ্ঝঞ্ঞঞ্টঞ্ঠঞ্ডঞ্ঢঞ্ণঞ্তঞ্থঞ্দঞ্ধঞ্নঞ্পঞ্ফঞ্বঞ্ভঞ্মঞ্যঞ্ৰঞ্লঞ্ৱঞ্শঞ্ষঞ্সঞ্হঞ্ক্ষঞ্ড়ঞ্ঢ়ঞ্য়
ট্কট্খট্গট্ঘট্ঙট্চট্ছট্জট্ঝট্ঞট্টট্ঠট্ডট্ঢট্ণট্তট্থট্দট্ধট্নট্পট্ফট্বট্ভট্মট্যট্ৰট্লট্ৱট্শট্ষট্সট্হট্ক্ষট্ড়ট্ঢ়ট্য়
ঠ্কঠ্খঠ্গঠ্ঘঠ্ঙঠ্চঠ্ছঠ্জঠ্ঝঠ্ঞঠ্টঠ্ঠঠ্ডঠ্ঢঠ্ণঠ্তঠ্থঠ্দঠ্ধঠ্নঠ্পঠ্ফঠ্বঠ্ভঠ্মঠ্যঠ্ৰঠ্লঠ্ৱঠ্শঠ্ষঠ্সঠ্হঠ্ক্ষঠ্ড়ঠ্ঢ়ঠ্য়
ড্কড্খড্গড্ঘড্ঙড্চড্ছড্জড্ঝড্ঞড্টড্ঠড্ডড্ঢড্ণড্তড্থড্দড্ধড্নড্পড্ফড্বড্ভড্মড্যড্ৰড্লড্ৱড্শড্ষড্সড্হড্ক্ষড্ড়ড্ঢ়ড্য়
ঢ্কঢ্খঢ্গঢ্ঘঢ্ঙঢ্চঢ্ছঢ্জঢ্ঝঢ্ঞঢ্টঢ্ঠঢ্ডঢ্ঢঢ্ণঢ্তঢ্থঢ্দঢ্ধঢ্নঢ্পঢ্ফঢ্বঢ্ভঢ্মঢ্যঢ্ৰঢ্লঢ্ৱঢ্শঢ্ষঢ্সঢ্হঢ্ক্ষঢ্ড়ঢ্ঢ়ঢ্য়
ণ্কণ্খণ্গণ্ঘণ্ঙণ্চণ্ছণ্জণ্ঝণ্ঞণ্টণ্ঠণ্ডণ্ঢণ্ণণ্তণ্থণ্দণ্ধণ্নণ্পণ্ফণ্বণ্ভণ্মণ্যণ্ৰণ্লণ্ৱণ্শণ্ষণ্সণ্হণ্ক্ষণ্ড়ণ্ঢ়ণ্য়
ত্কত্খত্গত্ঘত্ঙত্চত্ছত্জত্ঝত্ঞত্টত্ঠত্ডত্ঢত্ণত্তত্থত্দত্ধত্নত্পত্ফত্বত্ভত্মত্যত্ৰত্লত্ৱত্শত্ষত্সত্হত্ক্ষত্ড়ত্ঢ়ত্য়
থ্কথ্খথ্গথ্ঘথ্ঙথ্চথ্ছথ্জথ্ঝথ্ঞথ্টথ্ঠথ্ডথ্ঢথ্ণথ্তথ্থথ্দথ্ধথ্নথ্পথ্ফথ্বথ্ভথ্মথ্যথ্ৰথ্লথ্ৱথ্শথ্ষথ্সথ্হথ্ক্ষথ্ড়থ্ঢ়থ্য়
দ্কদ্খদ্গদ্ঘদ্ঙদ্চদ্ছদ্জদ্ঝদ্ঞদ্টদ্ঠদ্ডদ্ঢদ্ণদ্তদ্থদ্দদ্ধদ্নদ্পদ্ফদ্বদ্ভদ্মদ্যদ্ৰদ্লদ্ৱদ্শদ্ষদ্সদ্হদ্ক্ষদ্ড়দ্ঢ়দ্য়
ধ্কধ্খধ্গধ্ঘধ্ঙধ্চধ্ছধ্জধ্ঝধ্ঞধ্টধ্ঠধ্ডধ্ঢধ্ণধ্তধ্থধ্দধ্ধধ্নধ্পধ্ফধ্বধ্ভধ্মধ্যধ্ৰধ্লধ্ৱধ্শধ্ষধ্সধ্হধ্ক্ষধ্ড়ধ্ঢ়ধ্য়
ন্কন্খন্গন্ঘন্ঙন্চন্ছন্জন্ঝন্ঞন্টন্ঠন্ডন্ঢন্ণন্তন্থন্দন্ধন্নন্পন্ফন্বন্ভন্মন্যন্ৰন্লন্ৱন্শন্ষন্সন্হন্ক্ষন্ড়ন্ঢ়ন্য়
প্কপ্খপ্গপ্ঘপ্ঙপ্চপ্ছপ্জপ্ঝপ্ঞপ্টপ্ঠপ্ডপ্ঢপ্ণপ্তপ্থপ্দপ্ধপ্নপ্পপ্ফপ্বপ্ভপ্মপ্যপ্ৰপ্লপ্ৱপ্শপ্ষপ্সপ্হপ্ক্ষপ্ড়প্ঢ়প্য়
ফ্কফ্খফ্গফ্ঘফ্ঙফ্চফ্ছফ্জফ্ঝফ্ঞফ্টফ্ঠফ্ডফ্ঢফ্ণফ্তফ্থফ্দফ্ধফ্নফ্পফ্ফফ্বফ্ভফ্মফ্যফ্ৰফ্লফ্ৱফ্শফ্ষফ্সফ্হফ্ক্ষফ্ড়ফ্ঢ়ফ্য়
ব্কব্খব্গব্ঘব্ঙব্চব্ছব্জব্ঝব্ঞব্টব্ঠব্ডব্ঢব্ণব্তব্থব্দব্ধব্নব্পব্ফব্বব্ভব্মব্যব্ৰব্লব্ৱব্শব্ষব্সব্হব্ক্ষব্ড়ব্ঢ়ব্য়
ভ্কভ্খভ্গভ্ঘভ্ঙভ্চভ্ছভ্জভ্ঝভ্ঞভ্টভ্ঠভ্ডভ্ঢভ্ণভ্তভ্থভ্দভ্ধভ্নভ্পভ্ফভ্বভ্ভভ্মভ্যভ্ৰভ্লভ্ৱভ্শভ্ষভ্সভ্হভ্ক্ষভ্ড়ভ্ঢ়ভ্য়
ম্কম্খম্গম্ঘম্ঙম্চম্ছম্জম্ঝম্ঞম্টম্ঠম্ডম্ঢম্ণম্তম্থম্দম্ধম্নম্পম্ফম্বম্ভম্মম্যম্ৰম্লম্ৱম্শম্ষম্সম্হম্ক্ষম্ড়ম্ঢ়ম্য়
য্কয্খয্গয্ঘয্ঙয্চয্ছয্জয্ঝয্ঞয্টয্ঠয্ডয্ঢয্ণয্তয্থয্দয্ধয্নয্পয্ফয্বয্ভয্ময্যয্ৰয্লয্ৱয্শয্ষয্সয্হয্ক্ষয্ড়য্ঢ়য্য়
ৰ্কৰ্খৰ্গৰ্ঘৰ্ঙৰ্চৰ্ছৰ্জৰ্ঝৰ্ঞৰ্টৰ্ঠৰ্ডৰ্ঢৰ্ণৰ্তৰ্থৰ্দৰ্ধৰ্নৰ্পৰ্ফৰ্বৰ্ভৰ্মৰ্যৰ্ৰৰ্লৰ্ৱৰ্শৰ্ষৰ্সৰ্হৰ্ক্ষৰ্ড়ৰ্ঢ়ৰ্য়
ল্কল্খল্গল্ঘল্ঙল্চল্ছল্জল্ঝল্ঞল্টল্ঠল্ডল্ঢল্ণল্তল্থল্দল্ধল্নল্পল্ফল্বল্ভল্মল্যল্ৰল্লল্ৱল্শল্ষল্সল্হল্ক্ষল্ড়ল্ঢ়ল্য়
ৱ্কৱ্খৱ্গৱ্ঘৱ্ঙৱ্চৱ্ছৱ্জৱ্ঝৱ্ঞৱ্টৱ্ঠৱ্ডৱ্ঢৱ্ণৱ্তৱ্থৱ্দৱ্ধৱ্নৱ্পৱ্ফৱ্বৱ্ভৱ্মৱ্যৱ্ৰৱ্লৱ্ৱৱ্শৱ্ষৱ্সৱ্হৱ্ক্ষৱ্ড়ৱ্ঢ়ৱ্য়
শ্কশ্খশ্গশ্ঘশ্ঙশ্চশ্ছশ্জশ্ঝশ্ঞশ্টশ্ঠশ্ডশ্ঢশ্ণশ্তশ্থশ্দশ্ধশ্নশ্পশ্ফশ্বশ্ভশ্মশ্যশ্ৰশ্লশ্ৱশ্শশ্ষশ্সশ্হশ্ক্ষশ্ড়শ্ঢ়শ্য়
ষ্কষ্খষ্গষ্ঘষ্ঙষ্চষ্ছষ্জষ্ঝষ্ঞষ্টষ্ঠষ্ডষ্ঢষ্ণষ্তষ্থষ্দষ্ধষ্নষ্পষ্ফষ্বষ্ভষ্মষ্যষ্ৰষ্লষ্ৱষ্শষ্ষষ্সষ্হষ্ক্ষষ্ড়ষ্ঢ়ষ্য়
স্কস্খস্গস্ঘস্ঙস্চস্ছস্জস্ঝস্ঞস্টস্ঠস্ডস্ঢস্ণস্তস্থস্দস্ধস্নস্পস্ফস্বস্ভস্মস্যস্ৰস্লস্ৱস্শস্ষস্সস্হস্ক্ষস্ড়স্ঢ়স্য়
হ্কহ্খহ্গহ্ঘহ্ঙহ্চহ্ছহ্জহ্ঝহ্ঞহ্টহ্ঠহ্ডহ্ঢহ্ণহ্তহ্থহ্দহ্ধহ্নহ্পহ্ফহ্বহ্ভহ্মহ্যহ্ৰহ্লহ্ৱহ্শহ্ষহ্সহ্হহ্ক্ষহ্ড়হ্ঢ়হ্য়
ক্ষক্ষ্কক্ষ্খক্ষ্গক্ষ্ঘক্ষ্ঙক্ষ্চক্ষ্ছক্ষ্জক্ষ্ঝক্ষ্ঞক্ষ্টক্ষ্ঠক্ষ্ডক্ষ্ঢক্ষ্ণক্ষ্তক্ষ্থক্ষ্দক্ষ্ধক্ষ্নক্ষ্পক্ষ্ফক্ষ্বক্ষ্ভক্ষ্মক্ষ্যক্ষ্ৰক্ষ্লক্ষ্ৱক্ষ্শক্ষ্ষক্ষ্সক্ষ্হক্ষ্ক্ষক্ষ্ড়ক্ষ্ঢ়ক্ষ্য়
ড়ড়্কড়্খড়্গড়্ঘড়্ঙড়্চড়্ছড়্জড়্ঝড়্ঞড়্টড়্ঠড়্ডড়্ঢড়্ণড়্তড়্থড়্দড়্ধড়্নড়্পড়্ফড়্বড়্ভড়্মড়্যড়্ৰড়্লড়্ৱড়্শড়্ষড়্সড়্হড়্ক্ষড়্ড়ড়্ঢ়ড়্য়
ঢ়ঢ়্কঢ়্খঢ়্গঢ়্ঘঢ়্ঙঢ়্চঢ়্ছঢ়্জঢ়্ঝঢ়্ঞঢ়্টঢ়্ঠঢ়্ডঢ়্ঢঢ়্ণঢ়্তঢ়্থঢ়্দঢ়্ধঢ়্নঢ়্পঢ়্ফঢ়্বঢ়্ভঢ়্মঢ়্যঢ়্ৰঢ়্লঢ়্ৱঢ়্শঢ়্ষঢ়্সঢ়্হঢ়্ক্ষঢ়্ড়ঢ়্ঢ়ঢ়্য়
য়য়্কয়্খয়্গয়্ঘয়্ঙয়্চয়্ছয়্জয়্ঝয়্ঞয়্টয়্ঠয়্ডয়্ঢয়্ণয়্তয়্থয়্দয়্ধয়্নয়্পয়্ফয়্বয়্ভয়্ময়্যয়্ৰয়্লয়্ৱয়্শয়্ষয়্সয়্হয়্ক্ষয়্ড়য়্ঢ়য়্য়
Remove ads

ভৌগোলিক বিস্তাৰ

বঙালী দক্ষিণ এছিয়াৰ পূৰ্বভাগৰ বঙ্গ বা বাংলা নামৰ অঞ্চলৰ লোকসকলৰ মাতৃভাষা। এই অঞ্চলটি বৰ্তমান ভাৰতীয় ৰাজ্য পশ্চিমবঙ্গ আৰু স্বাধীন ৰাষ্ট্ৰ বাংলাদেশৰ সমন্বয়ত গঠিত। বাংলাদেশৰ প্ৰায় ৯৮% মানুহৰেই মাতৃভাষা বঙালী।[9] ইয়াৰ বাহিৰেও মধ্যপ্ৰাচ্য, মালয়েছিয়া আৰু প্ৰাশ্চাত্যত উল্লেখযোগ্য সংখ্যক বঙালীভাষী লোক বসবাস কৰে।

চৰকাৰী মৰ্য্যদা

বঙালী দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰ বাংলাদেশৰ একমাত্ৰ স্বীকৃত ৰাষ্ট্ৰভাষা। ইয়াৰ বাহিৰেও ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত ২৩টা চৰকাৰী ভাষাৰ মাজতো বঙালী অন্যতম।[10] ভাৰতৰ পশ্চিমবংগ আৰু ত্ৰিপুৰা ৰাজ্যৰ চৰকাৰী ভাষা হ'ল বঙালী[11] লগতে অসম ৰাজ্যৰ বৰাক উপত্যকাৰ তিনিখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত স্বীকৃত চৰকাৰী ভাষা হ'ল বঙালী।[12] ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অন্যতম স্বীকৃত ভাষা হৈছে বঙালী ভাষা।[13][14]

Remove ads

বঙালী ইউনিক’ড

বঙালী ইউনিক’ড U+0980’ৰ পৰা U+09FF পৰ্যন্ত আছে।

বঙালী[1][2]
অসমীয়া-বঙালী লিপিৰ ইউনিক'ড তালিকা (পি.ডি.এফ.)
 0123456789ABCDEF
U+098x
U+099x
U+09Ax
U+09Bx ি
U+09Cx
U+09Dx
U+09Ex
U+09Fx
বি. দ্ৰ.
১.^ ইউনিক'ড সংস্কৰণ ১৩.০ অনুসৰি
২.^ ধূসৰ এলেকাই অনিৰ্ধাৰিত স্থান বুজাইছে।
Remove ads

তথ্য সংগ্ৰহ

গ্ৰন্থ সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads