বৰগাং
From Wikipedia, the free encyclopedia
Remove ads
বৰগাং অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন গাঁও। ২০০৬ চনত ই চহৰাঞ্চলৰ মৰ্যাদা লাভ কৰে। উইলিয়ামচন মেগৰৰ চাহ খেতিয়ে ঠাইখন আগুৰি আছে। বৰগাং নদী এই গাঁওখনৰ মাজেৰে বৈ গৈছে।[1] বৰগাঙৰ কেথলিক গীৰ্জা আৰু চিকিৎসালয় ১৯৭৮ চনত নিৰ্মাণ কৰা হৈছিল[2] আৰু ইয়াক খ্ৰীষ্টান মিছনাৰীসকলে পৰিচালনা কৰে। গীৰ্জাটোৰ ভিতৰৰ গম্বুজত জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফৰ্চৰ সেৱাকৰ্মী এ. ৰবাৰ্ট চন্দ্ৰৰ চিত্ৰ আছে।
Remove ads
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads