বৰাইল অভয়াৰণ্য

From Wikipedia, the free encyclopedia

বৰাইল অভয়াৰণ্য
Remove ads

বৰাইল অভয়াৰণ্য (ইংৰাজী: Borail Wildlife Sanctuary) অসমকাছাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।[1]

ক্ষিপ্ৰ তথ্য বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary), অৱস্থান ...
Remove ads

ভৌগিলিক বিৱৰণ

কাছাৰ জিলাৰ শিলচৰ মহকুমাৰ অন্তৰ্গত বৰাইল অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৩২৬.২৪ বৰ্গকিলোমিটাৰ।[2] কৰিমগঞ্জ আৰু কাছাৰৰ বন সংমণ্ডলৰ অন্তৰ্গত এই বনাঞ্চল মূলতঃ পাৰ্বত্য অঞ্চলেৰে গঠিত। কিছু কিছু অংশ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত।[1] শিলচৰ আৰু কৰিমগঞ্জৰ পৰা ইয়াৰ দুৰত্ব ৪০ কিঃমিঃ।[2] ২০০৪ চনত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰা বৰাইল অভয়াৰণ্য অসমৰ ভিতৰত আটাইতকৈ উচ্চ অঞ্চলত অৱস্থিত অভয়াৰণ্য।

Remove ads

জলবায়ু

জৈৱবৈচিত্ৰ্য

  • উদ্ভিদ: মূলতঃ ক্ৰান্তীয় সেমেকা চিৰসেউজীয়া বনাঞ্চল আৰু অৰ্ধ চিৰসেউজীয়া বনাঞ্চল দেখা পোৱা যায়। তদুপৰি বিভিন্ন প্ৰজাতিৰ বাঁহ, ঘাঁহ আৰু অৰ্কিড দেখা যায়।
  • সৰীসৃপ: ফেঁটীসাপ, পাইথন, কাছ, গুইঁ ইত্যাদি।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads