মিকাইল

From Wikipedia, the free encyclopedia

Remove ads

মীখায়েল বা মিকাইল (আৰবী: ميخائيل, ইংৰাজী: Michael) হ'ল স্বৰ্গীয় দূতসকলৰ ভিতৰত অন্যতম। অব্ৰাহামীয় ধর্মৰ প্ৰধান তিনিটা ধৰ্ম ইহুদী ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আৰু ইছলাম ধৰ্মৰ অনুসাৰীসকলে এই স্বৰ্গীয় দূতক বিশ্বাস কৰা দেখা যায়।

ইছলাম ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ কোৰআনত এনেদৰে উল্লেখ থকা পোৱা যায়:

"যিয়ে আল্লাহ, তেওঁৰ ফৰিষ্টাসকল, তেওঁৰ ৰাছুলসকল আৰু জিব্ৰাইল আৰু মিকাইলৰ লগত শত্ৰুতা পোষণ কৰিব, তেনেহ’লে নিশ্চয় আল্লাহ কাফিৰসকলৰ শত্ৰু।"[1]
Remove ads

তথ্যসূত্ৰ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads