মেইতেই ভাষা
ভাৰতীয় ভাষা From Wikipedia, the free encyclopedia
Remove ads
মেইতেই ভাষা বা মীতৈ ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। এই ভাষাটো অসমৰ চৰকাৰী ভাষাও।[5][6][7] মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়। ভাৰতৰ সংবিধানত ভাষাটোক "মণিপুৰী ভাষা" হিচাপে গণ্য কৰা হৈছে। এই ভাষাক মেইতেই লোন, মেইতেই লোল, পাংগাল-লোল নামেৰেও জনা যায়।
"মণিপুৰী ভাষা" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। আন ভাষাটোৰ বাবে, বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা চাওক।
Remove ads
বাহ্যিক সংযোগ
![]() |
ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ মেইতেই ভাষাৰ সংস্কৰণ |
লগতে পঢ়ক
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads