ইষ্টানবুল
তুৰস্কৰ বৃহত্তম চহৰ From Wikipedia, the free encyclopedia
Remove ads
ইষ্টানবুল (তুৰ্কী ভাষা: İstanbul ইষ্টান্বুল্) তুৰস্কৰ অন্যতম প্ৰধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটাণ্টিনোপল। ইয়াৰোপৰি ই বাইজাণ্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল। ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল)। ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা এছিয়াত বসৱাস কৰিলেও ই ইউৰোপৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্ৰ।


Remove ads
জনসংখ্যা
ইষ্টানবুলৰ জনসংখ্যা ১৯৮০ৰ পৰা ২০০৫লৈ এই ২৫ বছৰৰ ভিতৰত তিনি গুণে বৃদ্ধি হৈছে। অনুমাণিক ৭০%তকৈ বেছি ইষ্টানবুলৰ নাগৰিক ইউৰোপত আৰু বাকী ৩০ শতাংশ এছিয়াত বাসৱাস কৰে।

Remove ads
শিক্ষা
তুৰ্কীৰ উচ্চ শিক্ষাৰ কিছু প্ৰতিষ্ঠান ইষ্টানবুলত অৱস্থিত। সাধাৰণতে চৰকাৰী বিশ্ববিদ্যালয়বোৰ প্ৰসিদ্ধ যদিও কিছু বছৰৰ পৰা ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সংখ্যা বাঢ়িছে। বিখ্যাত চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত ইষ্টানবুল প্ৰযুক্তিবিদ্যা জামিয়া, বাচতুৰছ জামিয়া, ৰুটিহ চৰায় জামিয়া , ইষ্টানবুল জামিয়া, মাৰ্মৰহ জামিয়া , ইলদীজ প্ৰযুক্তিবিদ্যা জামিয়া আৰু নিৰ্মাতা স্নান কলা জামিয়া অন্যতম।

Remove ads
চিত্ৰমালা




তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads