নেপালী ভাষা

ভাৰতীয়-আৰ্য ভাষা From Wikipedia, the free encyclopedia

নেপালী ভাষা
Remove ads

নেপালী ভাষা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। ই নেপালৰ চৰকাৰী ভাষা। এই ভাষা ভাৰত, ভূটান আৰু ম্যানমাৰতো প্ৰচলিত। ভাৰতৰ ছিকিম ৰাজ্য আৰু পশ্চিম বংগদাৰ্জিলিং জিলাত নেপালী ভাষাৰ চৰকাৰী মৰ্যাদা আছে।

ক্ষিপ্ৰ তথ্য নেপালী, থলুৱা অঞ্চল ...
Remove ads

বৰ্ণমালা

নেপালী ভাষাত বৰ্ণটো আধুনিক দেৱনাগৰীৰ দৰে লিখা নহয়। পুৰণি দেৱনাগৰী পদ্ধতিৰে লিখা হয়৷ বাকী বৰ্ণ বিলাকৰ ক্ষেত্ৰত আধুনিক দেৱনাগৰী লিপি ব্যবহাৰ কৰা হয়।

সংখ্যা

নেপালী ভাষাত ५, ८, ९ - এইকেইটা সংখ্যা আধুনিক দেৱনাগৰী সংখ্যাতকৈ অলপ পৃথক। পুৰণি দেৱনাগৰী পদ্ধতিত , , লিখা হয়৷

অধিক তথ্য অসমীয়া সংখ্যা, নেপালী সংখ্যা ...
Remove ads

কিছু বহু প্ৰচলিত বাক্য

অধিক তথ্য অসমীয়া, নেপালী ...

তথ্যসূত্ৰ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads