ইউবাণ্টু
ডেবিয়ান-ভিত্তিক লিনাক্স কাৰ্য্যকৰপ্ৰণালী From Wikipedia, the free encyclopedia
Remove ads
ইউবাণ্টু (ইংৰাজী: Ubuntu; উচ্চাৰণ:/ʊˈbʊntuː/[6][7]) হৈছে ডেবিয়ান ডিষ্ট্ৰীবিউশ্যন বা সংকলনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এক কম্পিউটাৰ অপাৰেটিং চিষ্টেম, যাক বিনামূলীয়া আৰু মুকলি উৎস চফ্টৱেৰ ৰূপে বিতৰণ কৰা হয়। এই অপাৰেটিং চিষ্টেমটোক দক্ষিণ আফ্ৰিকীয় এক প্ৰচলিত প্ৰবাদ ইউবাণ্টু-ৰ পৰা নামকৰণ কৰা হৈছে। এই শব্দৰ অৰ্থ হ’ল "অন্যজনৰ বাবে মানৱতা"৷[8] ইউবাণ্টুক মূলতঃ ব্যক্তিগত কম্পিউটাৰৰ উদেশ্যে নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ এক চাৰ্ভাৰ সংকলনো পোৱা যায়।
Remove ads
সংস্কৰণ
ইউবাণ্টুত ব্যৱহৃত বিভিন্ন চফ্টৱেৰৰ সংস্কৰণসমূহ
ভিন্ন বেকগ্ৰাউণ্ডত থকা চফ্টৱেৰসমূহ ইউবাণ্টুৰ অবিকল্পিত (ডিফল্ট) এপ্লিকেচন নহয়।
Remove ads
তথ্যসূত্ৰ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads