নামেৰি ৰাষ্ট্ৰীয় উদ্যান
অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যাননামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল অসমৰ শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে। কাজিৰঙা তথা মানাহৰ পিছতে ঘোষিত এইখন অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। মানাহৰ পিছতে নামেৰি, অসমৰ দ্বিতীয়খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল।
Read article