এ. আৰ. ৰহমান
ভাৰতীয় অভিনেতা / From Wikipedia, the free encyclopedia
এ. আৰ. ৰহমান, সম্পূৰ্ণ নাম আল্লাহ ৰাখা ৰহমান (তামিল: ஏ. ஆர். ரகுமான்; pronunciation (সহায়·তথ্য)) হ'ল এজন প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ। তামিলনাডুৰ চেন্নাইত এটা মধ্যবিত্ত তামিল পৰিয়ালত এ. আৰ. ৰহমানৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আৰ. কে. শেখৰ আৰু মাতৃৰ নাম কৰীমা বেগম। সংগীত জগতখনত তেখেতে লাভ কৰা বঁটাবোৰৰ ভিতৰত দুটা একাডেমী বঁটা, দুটা গ্ৰেমী বঁটা, এটা বাফটা বঁটা, এটা গ'ল্ডেন গ্ল'ব বঁটা, চাৰিটা ৰাষ্ট্ৰীয় বঁটা, পোন্ধৰটা ফিল্ম ফেয়াৰ বঁটা আৰু তেৰটা ফিল্ম ফেয়াৰ বঁটা দক্ষিণ। সংগীতৰ ক্ষেত্ৰখনত ৰহমানৰ অতুলনীয় কাৰ্যৰ বাবে তেখেতক “মাড্ৰাজৰ মোজাৰ্ট” (ইংৰাজী: The Mozart of Madras) হিচাপে জনা যায়। তদুপৰি তামিল কমেণ্টেটৰ আৰু তেওঁৰ শুভাকাংক্ষীবোৰে তেখেতক “ইষাই পুয়াল” (ইংৰাজী: The Musical Storm) বুলি অভিহিত কৰিছে।
এই জীৱনী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য এ. আৰ. ৰহমান அ. ர. ரகுமான், প্ৰাথমিক তথ্য ...
এ. আৰ. ৰহমান அ. ர. ரகுமான் | |
---|---|
হাইৱে চলচ্চিত্ৰখনৰ বাবে এখন সংবাদমেলত অংশগ্ৰহণ কৰা মুহূৰ্তত এ. আৰ. ৰহমান | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | এ. এছ. দিলীপ কুমাৰ |
আন নাম |
|
জন্ম | ৬ জানুৱাৰী, ১৯৬৭ (৫৭ বছৰ) চেন্নাই, তামিলনাডু, ভাৰত |
পেচা |
|
কাৰ্যকাল | ১৯৮৭–বৰ্তমান |
পিতৃ-মাতৃ |
|
ৱেবছাইট | arrahman |
বন্ধ কৰক