কমলা নেহৰু
ভাৰতৰ স্বাধীনতা সংগ্ৰামী / From Wikipedia, the free encyclopedia
কমলা কৌল নেহৰু (ইংৰাজী: Kamala Kaul Nehru; pronunciation (সহায়·তথ্য); ১ আগষ্ট ১৮৯৯-২৮ ফেব্ৰুৱাৰী ১৯৩৬) এগৰাকী স্বাধীনতা যুঁজাৰু আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা আৰু পিছলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা জৱাহৰলাল নেহৰুৰ পত্নী আছিল। তেওঁলোকৰ জীয়াৰী ইন্দিৰা গান্ধীয়েও প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।
ক্ষিপ্ৰ তথ্য কমলা কৌল নেহৰু, জন্ম ...
কমলা কৌল নেহৰু | |
---|---|
জন্ম | কমলা কৌল ১ আগষ্ট ১৮৯৯ দিল্লী, ভাৰত |
মৃত্যু | ২৮ ফেব্ৰুৱাৰী, ১৯৩৬ (৩৬ বছৰ) Lausanne, ছুইজাৰলেণ্ড |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
দাম্পত্যসঙ্গী | জৱাহৰলাল নেহৰু (১৯১৬-১৯৩৬) |
পিতৃ-মাতৃ | ব্ৰজকিশোৰ প্ৰসাদ ফুল দেৱী প্ৰসাদ |
সন্তান | ইন্দিৰা নেহৰু |
বন্ধ কৰক