কিকুক' চুমুৰা
From Wikipedia, the free encyclopedia
কিকুক' চুমুৰা (津村 記久子, ইংৰাজী: Tsumura Kikuko) অ’ছাকাৰ এগৰাকী জাপানী লেখক। তেওঁ তেওঁৰ সাহিত্য কৰ্মৰ বাবে আকুটাগৱা প্ৰাইজ, দ্য নমা লিটাৰেৰী নিউ ফেচ প্ৰাইজ, দ্য ডাযাই অ’ছামু প্ৰাইজ, দ্য কাৱাবটা য়েচুনেৰি প্ৰাইজ আৰু অ’ডা চাকুন’চুকে প্ৰাইজকে ধৰি বহুসংখ্যক জাপানী সাহিত্য বঁটা লাভ কৰিছে।
ক্ষিপ্ৰ তথ্য কিকুক’ চুমুৰা, জন্ম ...
বন্ধ কৰক