![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/45/Sayaka-Murata_DSC05864.jpg/640px-Sayaka-Murata_DSC05864.jpg&w=640&q=50)
চায়াকা মুৰাটা
From Wikipedia, the free encyclopedia
চায়াকা মুৰাটা (村田沙耶香 , ইংৰাজী: Sayaka Murata; জন্ম:১৪ আগষ্ট, ১৯৭৯) বা মুৰাটা চায়াকা এগৰাকী জাপানী সাহিত্যিক। তেওঁ সাহিত্যৰ বাবে নতুন লেখকক প্ৰদান কৰা গুঞ্জ বঁটা, নমা সাহিত্য বঁটা, মিছিমা অ’কিঅ’ প্ৰাইজ আৰু আকুটাগৱা প্ৰাইজ লাভ কৰিছে।
ক্ষিপ্ৰ তথ্য চায়াকা মুৰাটা, জন্ম ...
চায়াকা মুৰাটা | |
---|---|
![]() লিটাৰেচাৰ এক্সচেঞ্জ ফেষ্টিভেল আৰহাচ/ডেনমাৰ্ক ২০২২ ফটো: Hreinn Gudlaugsson | |
জন্ম | ১৪ আগষ্ট, ১৯৭৯ (৪৪ বছৰ) |
ভাষা | জাপানীজ |
মাতৃশিক্ষায়তন | তামাগৱা বিশ্ববিদ্যালয় |
ধৰণ | কল্প-সাহিত্য |
উল্লেখনীয় কৰ্মৰাজি |
|
উল্লেখযোগ্য বঁটা |
|
বন্ধ কৰক