দক্ষিণ কোৰিয়াৰ ৰাজধানী From Wikipedia, the free encyclopedia
ছিউল (ইংৰাজী: Seoul; কোৰিয়ান:서울; চৰকাৰী নাম: ছিউল বিশেষ নগৰ;) দক্ষিণ কোৰিয়াৰ ৰাজধানী তথা বৃহত্তম মহানগৰ। ইয়াৰ জনসংখ্যা প্ৰায় ২৫.৬ নিযুত।[2] ৬,৭৮,১০২ গৰাকী আন্তঃৰাষ্ট্ৰীয় বাসীন্দাৰ সৈতে প্ৰায় অৰ্ধাংশতকৈও অধিক দক্ষিণ কোৰিয়ানৰ গৃহচহৰ।[3]
ছিউল
서울시 | |
---|---|
বিশেষ নগৰ | |
ছিউল বিশেষ নগৰ 서울특별시 | |
লিপ্যন্তৰণ | |
• হাংগুল | 서울특별시 |
• হানজা | 서울特別市 |
• Revised Romanization | ছিউল টেউকবায়েঅ'লছি |
• মেককিউন–ৰেইছাউৱেৰ | ছ'ৱেল ট'কপায়'লছি |
ৰাষ্ট্ৰ | দক্ষিণ কোৰিয়া |
অঞ্চল | ছিউল ৰাষ্ট্ৰীয় ৰাজধানী এলেকা |
জিলাসমূহ | ২৫
|
চৰকাৰ | |
• ধৰণ | ছিউল মহানগৰীয় প্ৰশাসন মেয়ৰ–সংসদ |
• মেয়ৰ | পাৰ্ক ৱ'ন-ছোন (NPAD) |
• সংসদ | ছিউল মহানগৰ সংসদ |
• ৰাষ্ট্ৰীয় প্ৰতিনিধি - নেচনেল এছেম্বলি |
৪৮ / ৩০০ ১৬.০% (মুঠ আসন)৪৮ / ২৪৬ ১৯.৫% (বিধানসভাৰ আসন)তালিকা |
কালি | |
• বিশেষ নগৰ | 605.21 km2 (233.67 sq mi) |
উচ্চতা | 38 m (125 ft) |
জনসংখ্যা (৩১ অক্টোবৰ, ২০১৪[1]) | |
• বিশেষ নগৰ | 1,01,17,909 |
• ঘনত্ব | 17,000/km2 (43,000/sq mi) |
• মেট্ৰ’ | ২৫৬২০০০০ |
• Demonym | 서울 사람 (ছিউল ছাৰাম) 서울시민 (ছিউল-ছিমিন) ছিউলাইট |
ছিউলত ১৯৮৬ এছিয়ান গেইম, গীষ্মকালীন অলিম্পিক ১৯৮৮, ফিফা বিশ্বকাপ ফুটবল ২০০২ আৰু জি-টুৱেণ্টি ছিউল ছামিট ২০১০ অনুষ্ঠিত কৰা হৈছিল।
অতীজত ছিউলৰ নাম আছিল ৱাইৰি-ছিয়ং (위례성), হানজু (한주), নামজেয়ং (남경), হানছেয়ং (한성), হানয়াং (한양), জেয়ংছেয়ং (경성) আদি।[4] ইয়াৰ বৰ্তমান নামটো কোৰিয়ান ভাষাত "ৰাজধানী চহৰ" অৰ্থ প্ৰকাশ কৰা ছিউৰাবিয়ল (서라벌) শব্দৰ পৰা আহৰণ কৰা হৈছে, যি প্ৰকৃততে ছিলাৰ ৰাজধানী জেয়ংজুকহে বুজাইছিল।[5] ছিউলৰ ইমান অধিক সংখ্যক নাম থকাৰ আঁৰত বহু কাৰণ আছে। হানছেয়ং (한성) শব্দই হান চাইনিজকো বুজায় বাবে হানজা '漢'ৰ দ্বাৰ্থতা দূৰ কৰিবলৈ, কোৰিয়াত জাপানীসকলৰ আধিপত্যৰ সময়ত হানছেয়ং নামটো সলাই "জেয়ংছেয়ং" (경성, বা কেইজ) কৰা হৈছিল। প্ৰকৃততে ছিউলৰ পুৰণি নাম আছিল হানছেয়ং (한성), ঠাৰ অৰ্থ হৈছে "ডাঙৰ" বা "বৃহৎ"।
অন্য যিকোনো কোৰিয়ান নামৰ দৰে, কোৰিয়াণ ভাষাত ব্যৱহাৰ হোৱা হানজা (চীনা আখৰ)ৰ সৈতে ছিউলৰ কোনো সম্পৰ্ক নাই। ২০০৫ চনৰ ১৮ জানুৱাৰীত, ছিউল চৰকাৰে ঐতিহাসিক হানছেয়ং নামটো চৰকাৰীভাৱে চীনা ভাষাৰ Shou'er (চীনা: {{{c}}})লৈ সলনি কৰে।[6][7][8]
ছিউল দক্ষিণ কোৰিয়াৰ দক্ষিণপশ্চিমত আছে। ইয়াৰ মাটিকালি প্ৰায় ৬০৫.২৫ কিমি২,[9] প্ৰায় 15 km (9 মাইল) ব্যাসাৰ্ধত, হান নদীয়ে নগৰখনক উত্তৰ আৰু দক্ষিণ তীৰ হিচীপে দুভাগ কৰিছে। নদীখন অতীজৰে পৰা ব্যৱসায়ৰ প্ৰধান পথ ৰূপে ব্যৱহাৰ হৈ আহিছে।[10]
ছিউল | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
জলবায়ু তালিকা (ব্যাখ্যা) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
ছিউলৰ গ্ৰীষ্মকাল সাধাৰণতে গৰম আৰু আৰ্দতাযুক্ত, জুনৰ পৰা ছেপ্টেম্বৰলৈকে পূৱ এছীয় মৌচুমী বতৰ গেখা যায়। আগষ্ট, আটাইতকৈ গৰম মাহ, গড় তাপমান 22.4 ৰ পৰা 29.6 °C (72 to 85 °F)। শীতকালত অতি ঠাণ্ডা হয়, বৰফো পৰে, জানুৱাৰী মাহৰ গড় তাপমান হৈছে −5.9 ৰ পৰা 1.5 °C (21.4 to 34.7 °F) আৰু গীষ্মকালতকৈ বতৰ শুকান হয় লগতে বছৰি গড়ে প্ৰায় ২৮ দিন মান বৰফ পৰে। কেতিয়াবা তাপমান নাটকীয়ভাৱে সাঁচ:Convert/−1 °C (14 °F)লৈ নামি আহে, জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ মাজভাগত কেতিয়াবা সৰ্বনিম্ন তাপমান সাঁচ:Convert/−1 °C (5 °F) পৰ্যন্ত হোৱা দেখা যায়।
Seoul's most popular football club is the FC Seoul. Recently, FC Seoul finished as a runner-up in 2013 AFC Champions League.
Tier | League | Club | Home stadium | Notes |
---|---|---|---|---|
শীৰ্য | K League Classic | FC Seoul | Seoul World Cup Stadium (North Seoul) | |
২য় | K League Challenge | Seoul E-Land FC | Seoul Olympic Stadium (South Seoul) | |
৪ৰ্থ | K3 League | Seoul United | Madeul Stadium | |
Seoul FC Martyrs | Gangbuk Public Stadium | |||
Jungnang Chorus Mustang | Jungnang Public Ground |
Tier | League | Club | Home stadium | Notes |
---|---|---|---|---|
শীৰ্ষ | WK League | Seoul WFC | Hyochang Stadium, Seoul Olympic Auxiliary Stadium | |
Seoul has three professional baseball clubs under the KBO League: One of oldest clubs, Doosan Bears, LG Twins and Nexen Heroes.
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.