জামিল জান ক'চাই
From Wikipedia, the free encyclopedia
জামিল জান কচাই (ইংৰাজী: Jamil Jan Kochai; জন্ম: ১৯৯২) এগৰাকী আফগানী লেখক, যি পাকিস্তানৰ পেছৱাৰত জন্ম হৈছিল। তেওঁ বৰ্তমান কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্ট’ত থাকে।[1][2] বৰ্তমানলৈ তেওঁৰ দুখন কল্পকাহিনীৰ কিতাপ প্ৰকাশ হৈছে আৰু ইতিমধ্যে তেওঁ অ’ হেনৰী বঁটা লাভ কৰিছে।[3]