জ্ঞানপীঠ বঁটা
From Wikipedia, the free encyclopedia
জ্ঞানপীঠ বঁটা (ইংৰাজী: Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ্ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
ক্ষিপ্ৰ তথ্য বঁটাৰ তথ্য ...
জ্ঞানপীঠ বঁটা | ||
![]() | ||
বঁটাৰ তথ্য | ||
---|---|---|
শ্ৰেণী | সাহিত্য (ব্যক্তিগত) | |
বৰ্ণনা | ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান | |
প্ৰতিষ্ঠা | ১৯৬১ | |
প্ৰথমবাৰ প্ৰদান | ১৯৬৫ | |
অন্তিমবাৰ প্ৰদান | ২০২১ | |
মুঠ প্ৰদানৰ সংখ্যা | ৬২ | |
প্ৰদানকৰ্তা | ভাৰতীয় জ্ঞানপীঠ | |
প্ৰথম প্ৰাপক | জি শঙ্কৰ কুৰুপ (মালায়ালম) | |
অন্তিম প্ৰাপক | নীলমণি ফুকন (কনিষ্ঠ) (অসমীয়া)
দামোদৰ মাউজো (কোংকণী) |
বন্ধ কৰক