তুলু ভাষা
দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা / From Wikipedia, the free encyclopedia
তুলু (কন্নড় লিপিত : ತುಳು (তুলু)) দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা। এই ভাষাত দুই মিলিয়ন মানুহে কথা পাতে। প্ৰধানকৈ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশ আৰু উত্তৰ কেৰালাৰ তুলুনাডু নামে পৰিচিত অংশৰ মানুহে এই ভাষাত কথা পাতে। ২০১১ চনৰ হিচাপ অনুসৰি ভাৰতৰ বিছ লাখ মানুহে তুলু ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে। ২০০১ চনত এই সংখ্যা আছিল ১,৭২২,৭৮৬ জন। ২০০৯ চনৰ তথ্যমতে পৃথিৱীত ৩০-ৰ পৰা ৫০ লাখ মানুহে তুলু ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে।
ক্ষিপ্ৰ তথ্য তুলু ভাষা (টুলু), থলুৱা অঞ্চল ...
তুলু ভাষা (টুলু) | |
---|---|
ತುಳು ಭಾಷೆ | |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | টুলুনাডু[1][2] মহাৰাষ্ট্ৰ উপসাগৰীয় দেশসমূহ |
জাতীয়তা | টুলুভা |
ভাষা পৰিয়াল |
দ্ৰাবিড়ীয়
|
লিখন প্ৰণালী | কন্নড় লিপি তুলু লিপি |
ভাষা সংকেত | |
ISO 639-3 | tcy |
গ্লোটোলগ | tulu1258 [3] |
ভাৰতত তুলু ভাষী লোকৰ অৱস্থানচিত্ৰ |
বন্ধ কৰক