ঢাকা ক্লাব
বাংলাদেশৰ ক্লাব / From Wikipedia, the free encyclopedia
ঢাকা ক্লাব (ইংৰাজী: Dhaka Club) হৈছে ঢাকাৰ আটাইতকৈ পুৰণি বিনোদন সংস্থা আৰু অভিজাত ক্লাবৰ ভিতৰত আটাইতকৈ ডাঙৰ। মূলতঃ ই আছিল ব্ৰিটিছ ভাৰতৰ সৰ্বশ্বেত সংগঠন।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ক্ষিপ্ৰ তথ্য ঢাকা ক্লাব লিমিটেড, প্ৰতিষ্ঠা ...
ঢাকা ক্লাব লিমিটেড | |
---|---|
প্ৰতিষ্ঠা | ১৯১১ চনৰ ১৯ আগষ্ট |
ধৰণ | সামাজিক ক্লাব, ক্ৰীড়া আৰু বিনোদন |
প্ৰধান কাৰ্যালয় | শ্বাহবাগ, ঢাকা, বাংলাদেশ |
অঞ্চল | ১, মৌলানা আব্দুল হামিদ খান ভাষানী ৰোড, শ্বাহবাগ, ঢাকা - ১০০০, বাংলাদেশ |
সদস্যপদ | ৪৫০০ |
আনুষ্ঠানিক ভাষা | ইংৰাজী |
ৰাষ্ট্ৰপতি | শ্ৰী আশ্ৰাফুজ্জামান খান (পুটন) |
ৱেবছাইট | http://www.dhakaclubltd.com/ |
বন্ধ কৰক