পদ্মশ্ৰী
ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান / From Wikipedia, the free encyclopedia
পদ্মশ্ৰী ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
ক্ষিপ্ৰ তথ্য বঁটাৰ তথ্য, প্ৰকাৰ ...
পদ্মশ্ৰী | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | ৰাষ্ট্ৰীয় | |
প্ৰতিষ্ঠা | ১৯৫৪ | |
প্ৰথমবাৰ প্ৰদান | ১৯৫৪ | |
অন্তিমবাৰ প্ৰদান | ২০২৩ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
বঁটাৰ মৰ্যদা | ||
পদ্মভূষণ ← পদ্মশ্ৰী → নাই |
বন্ধ কৰক