ক (বঙালী)
বঙালী ব্যঞ্জনবৰ্ণমালাৰ প্ৰথম আখৰ / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো বঙালী ভাষাৰ বৰ্ণটোৰ বিষয়ে। অসমীয়া ভাষাৰ বৰ্ণটোৰ বাবে ক চাওক।
ক (বঙালী লিপিত ক) বঙালী ব্যঞ্জনবৰ্ণমালাৰ প্ৰথম আখৰ।[1] ক এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ক উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।