খ (বঙালী)
বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২য় আখৰ / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো বঙালী ভাষাৰ বৰ্ণটোৰ বিষয়ে। অসমীয়া ভাষাৰ বৰ্ণটোৰ বাবে খ চাওক।
খ (বঙালী লিপিত খ, আই-পি-এ:/kʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২য় আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ খ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।