ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ক্ৰিকেট দলটোক "মেন ইন ব্লু" বুলিও জনা যায়। দলটো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) পৰিচালনা কৰে। ই আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰো (ICC) সদস্য। এই দলটোৱে ভাৰতৰহৈ আন্তৰ্জাতিক স্তৰত এদিনীয়া (ODI), টি-টুৱেণ্টি(T-20) আৰু টেষ্ট ক্ৰিকেট খেলে।

ভাৰতত ইউৰোপীয়ান ব্যৱসায়ী নাবিক সকলে ক্ৰিকেট খেলৰ আৰম্ভণি কৰিছিল, ১৯৭২ চনত কলকাতাত ভাৰতৰ প্ৰথম ক্ৰিকেট ক্লাব গঠন হৈছিল, আৰু ১৯৩২ চনৰ ২৫ জুন তাৰিখে ল'ৰ্ডছত ভাৰত জাতীয় ক্ৰিকেট দলে প্ৰথম আন্তৰ্জাতিক খেল খেলিছিল। ভাৰতীয় দলটো টেষ্ট ক্ৰিকেট খেলাৰ যোগ্যতা অৰ্জন কৰা ষষ্ঠতম দল। আৰম্ভণিৰ পঞ্চাছ বছৰত দলটো আন্তৰ্জাতিক স্তৰত এটা অতি দুৰ্বল দল আছিল, সেই সময়ছোৱাত খেলা মুঠ ১৯৬খন খেলৰ মাত্ৰৰ ৩৫ খনতহে জয়লাভ কৰিছিল। ১৯৭০ দশকৰ পাছৰ পৰা বেটছমেন সুনীল গাভাস্কাৰ আৰু গুণ্ডাপ্পা বিশ্বনাথ, অল-ৰাউণ্ডাৰ কপিল দেৱ আৰু ভাৰতীয় স্পীনাৰ – ইৰাপল্লী প্ৰসন্ন আৰু শ্ৰীনিৱাস ভেংকটৰাঘৱন (দুয়োজন অফ স্পীনাৰ), ভগৱত চন্দ্ৰশেখৰ (লেগ স্পীনাৰ), আৰু বিষেণ সিং বেদী (বাওঁহতীয়া স্পীনাৰ)ৰ দৰে খেলুৱৈৰ অৱদানত দলটো ক্ৰমে শক্তিশালী হবলৈ আৰম্ভ কৰে। সাধাৰণতে ঘৰুৱা খেলপথাৰত শক্তিশালী কিন্তু বাহিৰত দুৰ্বল দলটোৰ প্ৰদৰ্শন একবিংশ শতিকাৰ পৰাহে, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাত টেষ্ট মেচ জয়েৰে, উন্নত হবলৈ আৰম্ভ কৰে। বৰ্তমানলৈকে দলটোৱে দুবাৰকৈ বিশ্বকাপ ক্ৰিকেটত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে – ১৯৮৩ চনত কপিল দেৱৰ নেতৃত্বত আৰু ২০১১ চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত। ২০১১ চনত বিশ্বকাপ জয়েৰে, ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ পাছত একাধিকবাৰ বিশ্বকাপ জয়ী, আৰু ঘৰতে বিশ্বকাপ জয়কৰা প্ৰথম দলৰূপে পৰিগণিত হয়। ধোনিৰ নেতৃত্বত ভাৰতে ২০০৭ চনত আই চি চি বিশ্ব টুৱেণ্টি২০ আৰু ২০১৩ চনত আইচিচি চেম্পিয়ঞ্চ ট্ৰফী জয় কৰে। ২০০২ চনত ভাৰতে শ্ৰীলংকাৰ লগত যুটীয়াকৈও আইচিচি চেম্পিয়ন ট্ৰফী জয় কৰিছিল।

২০১৫ চনৰ ১ মাৰ্চত, ভাৰতে ICCৰ তালিকাত টেষ্ট ক্ৰিকেটত সপ্তদশ স্থান আৰু এদিনীয়া তথা টি২০ত দ্বিতীয় স্থান লাভ কৰে। বৰ্তমান ভাৰত জাতীয় ক্ৰিকেট দলৰ টেষ্ট ক্ৰিকেটৰ অধিনায়ক বিৰাট কোহলি আৰু এদিনীয়া ক্ৰিকেটৰ অধিনায়ক হৈছে বিৰাট কোহলি

বিশ্বকাপ ক্ৰিকেট দল, ২০১৫

অধিক তথ্য প্ৰশিক্ষক:, ডানটান ফ্লিছাৰ ...
প্ৰশিক্ষক: জিম্বাৱৱে ডানটান ফ্লিছাৰ
বন্ধ কৰক


অধিক তথ্য ক্ৰ. নং, নাম ...
ক্ৰ. নং নাম জন্ম এদিনীয়া বেটিং বল কৰাৰ কৌশল তালিকা A দল
এম এছ ধোনি (অধিনায়ক তথা কীপাৰ)৭ জুলাই, ১৯৮১২৫৪সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত ঝাৰখণ্ড
বিৰাট ক'হলি (উপ অধিনায়ক)৫ নৱেম্বৰ, ১৯৮৮১৫০সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত দিল্লী
ৰবিচন্দ্ৰন অশ্বিন১৭ ছেপ্তেম্বৰ, ১৯৮৬৮৮সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত তামিলনাডু
ষ্টুৱাৰ্ট বিনি৩ জুন, ১৯৮৪সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত কৰ্ণাটক
শিখৰ ধাৱান৫ ডিচেম্বৰ, ১৯৮৫৫৩বাঁওহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত দিল্লী
ৰবীন্দ্ৰ জাদেজা৬ ডিচেম্বৰ, ১৯৮৮১১১বাঁওহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত ছৌৰাষ্ট্ৰ
ভূৱনেশ্বৰ কুমাৰ৫ ফেব্ৰুৱাৰী, ১৯৯০৪৪সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত উত্তৰ প্ৰদেশ
অক্ষৰ পাটেল২০ জানুৱাৰী, ১৯৯৪১৩বাঁওহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত গুজৰাট
অজিঙ্কা ৰ'হানে৫ জুন, ১৯৮৮৪৬সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত মুম্বাই
১০সুৰেশ ৰাইনা২৭ নৱেম্বৰ, ১৯৮৬২০৭বাঁওহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত উত্তৰ প্ৰদেশ
১১আম্বাতি ৰাইডু (কীপাৰ)২৩ ছেপ্তেম্বৰ, ১৯৮৫২৭সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত বৰৌডা
১২মহম্মদ শ্বামি৯ মাৰ্চ, ১৯৯০৪০সোঁহতীয়াসোঁহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত বেংগল
১৩ঈশান্ত শৰ্মা"প্ৰত্যাহাৰ"২ ছেপ্তেম্বৰ, ১৯৮৮৭৬সোঁহতীয়াসোঁহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত দিল্লী
১৪মোহিত শৰ্মা১৮ ছেপ্তেম্বৰ, ১৯৮৮১২সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত হাৰিয়ানা
১৫ৰোহিত শৰ্মা৩০ এপ্ৰিল, ১৯৮৭১২৭সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত মুম্বাই
১৬উমেশ যাদৱ২৫ অক্টোবৰ, ১৯৮৭৪০সোঁহতীয়াসোঁহতীয়া দ্ৰুত বেগীভাৰত বিদৰ্ভ
বন্ধ কৰক

আঁঠুৰ আঘাট উপশম নোহোৱাৰ বাবে ঈশান্ত শৰ্মাৰ নাম প্ৰত্যাহাৰ কৰা হয়। তেওঁৰ ঠাইত মোহিত শৰ্মাক অন্তৰ্ভূক্ত কৰা হয়।

বিশ্বকাপ ক্ৰিকেট দল, ২০১১

অধিক তথ্য প্ৰশিক্ষক:, গেৰী কীৰ্ষ্টেন ...
প্ৰশিক্ষক: দক্ষিণ আফ্ৰিকা গেৰী কীৰ্ষ্টেন
বন্ধ কৰক


অধিক তথ্য ক্ৰ. নং, নাম ...
ক্ৰ. নং নাম জন্ম এদিনীয়া বেটিং বল কৰাৰ কৌশল তালিকা A দল
এম এছ ধোনি (অধিনায়ক তথা কীপাৰ)৭ জুলাই, ১৯৮১১৭৭সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত ঝাৰখণ্ড
বীৰেন্দ্ৰ সেহৱাগ (উপ অধিনায়ক)২০ অক্টোবৰ, ১৯৭৮১৫০সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত দিল্লী
গৌতম গম্ভীৰ১৪ অক্টোবৰ, ১৯৮৬১০৫বাঁওহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত দিল্লী
শচীন তেণ্ডুলকাৰ২৪ এপ্ৰিল, ১৯৭৩৪৪৪সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত মুম্বাই
যুৱৰাজ সিং২৭ নৱেম্বৰ, ১৯৮৬২৬৫বাঁওহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত পঞ্জাব
সুৰেশ ৰাইনা২৭ নৱেম্বৰ, ১৯৮৬১১০বাঁওহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত উত্তৰ প্ৰদেশ
বিৰাট কোহলি৫ নৱেম্বৰ, ১৯৮৮৪৫সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত দিল্লী
য়ুছুফ পাঠান১৭ নৱেম্বৰ, ১৯৮২৪৫সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত বৰৌডাগুজৰাট
জাহিৰ খান৭ অক্টোবৰ, ১৯৭৮১৮২সোঁহতীয়াবাঁওহতীয়া দ্ৰুত বেগী-মধ্যম বেগীভাৰত মুম্বাই
১০হৰভজন সিং৩ জুলাই, ১৯৮০২১৭সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত পঞ্জাব
১১আশিষ নেহৰা২৪ এপ্ৰিল, ১৯৭৯১১৬সোঁহতীয়াবাঁওহতীয়া মধ্যম বেগীভাৰত দিল্লী
১২মুনাফ পাটেল১২ জুলাই, ১৯৮৩৭১সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত বৰৌডা
১৩প্ৰবীন কুমাৰ"প্ৰত্যাহাৰ"২ অক্টোবৰ, ১৯৮৬৬৮সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত উত্তৰ প্ৰদেশ
১৪এছ শ্ৰীসন্থ৬ ফেব্ৰুৱাৰী, ১৯৮৩৫১সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত কেৰালা
১৫পীয়ুষ চাওলা২৪ ডিচেেম্বৰ, ১৯৮৮২১বাঁওহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত উত্তৰ প্ৰদেশ
১৬ৰবিচন্দ্ৰন অশ্বিন১৭ ছেপ্তেম্বৰ, ১৯৮৬সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত তামিলনাডু
বন্ধ কৰক

আঘাটজনিত কাৰণত প্ৰবীন কুমাৰৰ নাম প্ৰত্যাহাৰ কৰা হয়। তেওঁৰ ঠাইত এছ শ্ৰীসন্থক অন্তৰ্ভূক্ত কৰা হয়।

বিশ্বকাপ ক্ৰিকেট দল, ২০০৭

অধিক তথ্য প্ৰশিক্ষক:, গ্ৰেগ চেপেল ...
প্ৰশিক্ষক: অষ্ট্ৰেলিয়া গ্ৰেগ চেপেল
বন্ধ কৰক


অধিক তথ্য ক্ৰ. নং, নাম ...
ক্ৰ. নং নাম জন্ম এদিনীয়া বেটিং বল কৰাৰ কৌশল তালিকা A দল
ৰাহুল দ্ৰাবিড় (অধিনায়ক)১১ জানুৱাৰী, ১৯৭৩৩০৬সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত কৰ্ণাটক
যুৱৰাজ সিং (উপ অধিনায়ক)১২ ডিচেম্বৰ, ১৯৮১১৬৩বাঁওহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত পঞ্জাব
অজিত আগাৰকাৰ৪ ছেপ্তেম্বৰ, ১৯৭৭১৮০সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত মুম্বাই
এম এছ ধোনী (কীপাৰ)৭ জুলাই, ১৯৮১৬৬সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত ঝাৰখণ্ড
সৌৰভ গাঙ্গুলি৮ জুলাই, ১৯৭২২৮৫বাঁওহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত বেংগল
হৰভজন সিং৩ জুলাই, ১৯৮০১৪৭সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত পঞ্জাব
দিনেশ কাৰ্তিক১ জুন, ১৯৮৫১৩সোঁহতীয়াউইকেটকীপাৰভাৰত তামিলনাডু
জাহিৰ খান৭ অক্টোবৰ, ১৯৭৮১১৩সোঁহতীয়াবাঁওহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত মুম্বাই
অনিল কুম্বলে১৭ অক্টোবৰ, ১৯৭০২৬৮সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত কৰ্ণাটক
১০মুনাফ পাটেল১২ জুলাই, ১৯৮৩১৭সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত মহাৰাষ্ট্ৰ
১১ইৰফান পাঠান২৭ অক্টোবৰ, ১৯৮৪৭৩বাঁওহতীয়াবাঁওহতীয়া মধ্যম বেগীভাৰত বৰৌডা
১২বীৰেন্দ্ৰ সেহৱাগ২০ অক্টোবৰ, ১৯৭৮১৬০সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত দিল্লী
১৩এছ শ্ৰীসন্থ৬ ফেব্ৰুৱাৰী, ১৯৮৩২৭সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত কেৰালা
১৪শচীন তেণ্ডুলকাৰ২৪ এপ্ৰিল, ১৯৭৩৩৮১সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত মুম্বাই
১৫ৰবীন উথাপ্পা১১ নৱেম্বৰ, ১৯৮৫সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত কৰ্ণাটক
বন্ধ কৰক

বিশ্বকাপ ক্ৰিকেট দল, ২০০৩

অধিক তথ্য প্ৰশিক্ষক:, জন ৰাইট ...
প্ৰশিক্ষক: নিউজিলেণ্ড জন ৰাইট
বন্ধ কৰক


অধিক তথ্য ক্ৰ. নং, নাম ...
ক্ৰ. নং নাম জন্ম এদিনীয়া বেটিং বল কৰাৰ কৌশল তালিকা A দল
সৌৰভ গাঙ্গুলি (অধিনায়ক)৮ জুলাই, ১৯৭২২১৮বাঁওহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত বেংগল
অজিত আগাৰকাৰ৪ ছেপ্তেম্বৰ, ১৯৭৭১১০সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত মুম্বাই
সঞ্জয় বনগাৰ১১ অক্টোবৰ, ১৯৭২১১সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত ৰেলৱে
ৰাহুল দ্ৰাবিড় (কীপাৰ)১১ জানুৱাৰী, ১৯৭৩১৯৬সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত কৰ্ণাটক
মহম্মদ কাঈফ১ ডিচেম্বৰ, ১৯৮০৩৭সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত উত্তৰ প্ৰদেশ
জাহিৰ খান৭ অক্টোবৰ, ১৯৭৮৫৬সোঁহতীয়াবাঁওহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত বৰৌডা
অনিল কুম্বলে১৭ অক্টোবৰ, ১৯৭০২৩৮সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত কৰ্ণাটক
দিনেশ মংগিয়া১৭ এপ্ৰিল, ১৯৭৭৩২বাঁওহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত পঞ্জাব
অশিষ নেহৰা২৯ এপ্ৰিল, ১৯৭৯৩০সোঁহতীয়াবাঁওহতীয়া মধ্যম বেগীভাৰত দিল্লী
১০পাৰ্থিৱ পাটেল৯ মাৰ্চ, ১৯৮৫বাঁওহতীয়া(উইকেটকীপাৰ)ভাৰত গুজৰাট
১১বীৰেন্দ্ৰ সেহৱাগ২০ অক্টোবৰ, ১৯৭৮৫৭সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত দিল্লী
১২হৰভজন সিং৩ জুলাই, ১৯৮০৬৩সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত পঞ্জাব
১৩যুৱৰাজ সিং১২ ডিচেম্বৰ, ১৯৮১৫৯বাঁওহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত পঞ্জাব
১৪জভাগল শ্ৰীনাথ৩১ আগষ্ট, ১৯৬৯২২৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত কৰ্ণাটক
১৫শচীন তেণ্ডুলকাৰ২৪ এপ্ৰিল, ১৯৭৩৩০৩সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত মুম্বাই
বন্ধ কৰক

বিশ্বকাপ ক্ৰিকেট দল, ১৯৯৯

অধিক তথ্য ক্ৰ. নং, নাম ...
ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
মহম্মদ আজহাৰুদ্দিন (অধিনায়ক)৮ ফেব্ৰুৱাৰী, ১৯৬৩সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত হাইদৰাবাদ
সৌৰভ গাঙ্গুলি৮ জুলাই, ১৯৭২বাঁওহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত বেংগল
অজয় জাদেজা (উপ অধিনায়ক)১ ফেব্ৰুৱাৰী, ১৯৭১সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত হাৰিয়ানা
সদাগোপান ৰমেশ১৬ অক্টোবৰ, ১৯৭৫বাঁওহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত কেৰালা
ৰাহুল দ্ৰাবিড়১১ জানুৱাৰী, ১৯৭৩সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত কৰ্ণাটক
ৰবিন সিং১৪ ছেপ্তেম্বৰ, ১৯৬৩বাঁওহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত তামিলনাডু
অজিত আগাৰকাৰ৪ ছেপ্তেম্বৰ, ১৯৭৭সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত মুম্বাই
অনিল কুম্বলে১৭ অক্টোবৰ, ১৯৭০সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত কৰ্ণাটক
নয়ন মংগিয়া (কীপাৰ)১৯ ডিচেম্বৰ, ১৯৬৯সোঁহতীয়া(উইকেটকীপাৰ)
১০শচীন তেণ্ডুলকাৰ২৪ এপ্ৰিল, ১৯৭৩সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত মুম্বাই
১১ভেংকটেশ প্ৰসাদ৫ আগষ্ট, ১৯৬৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত কৰ্ণাটক
১২নিখিল চৌপ্ৰা২৯ ডিচেম্বৰ, ১৯৭৩সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেক
১৩দোবাশীষ মহান্তি২০ জুলাই, ১৯৭৬সোঁহতীয়াসোঁহতীয়া মধ্যম বেগী
১৪জভাগল শ্ৰীনাথ৩১ আগষ্ট, ১৯৬৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত কৰ্ণাটক
১৫অময় খোৰানা১৮ মে, ১৯৭২বাঁওহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স
বন্ধ কৰক

বিশ্বকাপ ক্ৰিকেট দল, ১৯৯৬

অধিক তথ্য ক্ৰ. নং, নাম ...
ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
মহম্মদ আজহাৰুদ্দিন (অধিনায়ক)৮ ফেব্ৰুৱাৰী, ১৯৬৩সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত হাইদৰাবাদ
শচীন তেণ্ডুলকাৰ (উপ অধিনায়ক)২৪ এপ্ৰিল, ১৯৭৩সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত মুম্বাই
বিনোদ কাম্বলি১৮ জানুৱাৰী, ১৯৭২বাঁওহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত মুম্বাই
আশিষ কাপুৰ২৫ মাৰ্চ, ১৯৭১সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত তামিলনাডু
অনিল কুম্বলে১৭ অক্টোবৰ, ১৯৭০সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত কৰ্ণাটক
সঞ্জয় মানজ্ৰেকাৰ১২ জুলাই, ১৯৬৫সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত মুম্বাই
নয়ন মংগিয়া (কীপাৰ)১৯ ডিচেম্বৰ, ১৯৬৯সোঁহতীয়া(উইকেটকীপাৰ)
মনোজ প্ৰভাকৰ১৫ এপ্ৰিল, ১৯৬৩সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত দিল্লী
ভেংকটেশ প্ৰসাদ৫ আগষ্ট, ১৯৬৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত কৰ্ণাটক
১০নৱজিৎ সিং সিদ্ধু২০ অক্টোবৰ, ১৯৬৩সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত পঞ্জাব
১১জভাগল শ্ৰীনাথ৩১ আগষ্ট, ১৯৬৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত কৰ্ণাটক
১২অজয় জাদেজা১ ফেব্ৰুৱাৰী, ১৯৭১সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত হাৰিয়ানা
১৩সলিল অংকোলা১ মাৰ্চ, ১৯৬৮সোঁহতীয়াসোঁহতীয়া তীব্ৰ-মধ্যম বেগীভাৰত মুম্বাই
১৪ভেংকটাপথি ৰাজু৯ জুলাই, ১৯৬৯সোঁহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত হাইদৰাবাদ
বন্ধ কৰক

বিশ্বকাপ ক্ৰিকেট দল, ১৯৯২

অধিক তথ্য ক্ৰ. নং, নাম ...
ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
মহম্মদ আজহাৰুদ্দিন (অধিনায়ক)৮ ফেব্ৰুৱাৰী, ১৯৬৩সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত হাইদৰাবাদ
সুব্ৰত বেনাৰ্জি১৩ ফেব্ৰুৱাৰী, ১৯৬৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগী
শচীন তেণ্ডুলকাৰ২৪ এপ্ৰিল, ১৯৭৩সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত মুম্বাই
অজয় জাদেজা১ ফেব্ৰুৱাৰী, ১৯৭১সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত হাৰিয়ানা
বিনোদ কাম্বলি১৮ জানুৱাৰী, ১৯৭২বাঁওহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত মুম্বাই
কপিল দেৱ৬ জানুৱাৰী, ১৯৫৯সোঁহতীয়াসোঁহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত বৰৌডা
সঞ্জয় মানজ্ৰেকাৰ১২ জুলাই, ১৯৬৫সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত মুম্বাই
কিৰণ ম'ৰে (কীপাৰ)৪ ছেপ্তেম্বৰ, ১৯৬২সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত বৰৌডা
মনোজ প্ৰভাকৰ১৫ এপ্ৰিল, ১৯৬৩সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত দিল্লী
১০ভেংকটাপথি ৰাজু৯ জুলাই, ১৯৬৯সোঁহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত হাইদৰাবাদ
১১ৰবি শাস্ত্ৰী২৭ মে, ১৯৬২সোঁহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত মুম্বাই
১২কৃষ্ণমচাৰী শ্ৰীকান্থ২১ ডিচেম্বৰ, ১৯৫৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত তামিলনাডু
১৩জভাগল শ্ৰীনাথ৩১ আগষ্ট, ১৯৬৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত কৰ্ণাটক
১৪প্ৰবীন আম্ৰে১৪ আগষ্ট, ১৯৬৮সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত মুম্বাই
বন্ধ কৰক

বিশ্বকাপ ক্ৰিকেট দল, ১৯৮৭

অধিক তথ্য ক্ৰ. নং, নাম ...
ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
কপিল দেৱ (অধিনায়ক)৬ জানুৱাৰী, ১৯৫৯সোঁহতীয়াসোঁহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত হাৰিয়ানা
মহম্মদ আজহাৰুদ্দিন৮ ফেব্ৰুৱাৰী, ১৯৬৩সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত হাইদৰাবাদ
ৰজাৰ বিনী১৯ জুলাই, ১৯৫৫সোঁহতীয়াসোঁহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত কৰ্ণাটক
সুনীল গাভাস্কাৰ১০ জুলাই, ১৯৪৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত মুম্বাই
মনিন্দৰ সিং১৩ জুন, ১৯৬৫সোঁহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স
কিৰণ মৰে (কীপাৰ)৪ ছেপ্তেম্বৰ, ১৯৬২সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত বৰৌডা
চন্দ্ৰকান্ত পণ্ডিত৩০ ছেপ্তেম্বৰ, ১৯৬১সোঁহতীয়া
মনোজ প্ৰভাকৰ১৫ এপ্ৰিল, ১৯৬৩সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত দিল্লী
চেতন শৰ্মা৩ জানুৱাৰী, ১৯৬৬সোঁহতীয়াসোঁহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত হাৰিয়ানা
১০ৰবি শাস্ত্ৰী২৭ মে, ১৯৬২সোঁহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত মুম্বাই
১১নৱজিৎ সিং সিদ্ধু২০ অক্টোবৰ, ১৯৬৩সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত পঞ্জাব
১২লক্ষণ শিৱৰামাকৃষ্ণন৩১ ডিচেম্বৰ, ১৯৬৫সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেক আৰু গুগলীভাৰত দিল্লী
১৩কৃষ্ণমচাৰী শ্ৰীকান্থ২১ ডিচেম্বৰ, ১৯৫৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত তামিলনাডু
১৪দিলিপ ভেংগাস্কাৰ৬ এপ্ৰিল, ১৯৫৬সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত মুম্বাই
বন্ধ কৰক

বিশ্বকাপ ক্ৰিকেট দল, ১৯৮৩

অধিক তথ্য ক্ৰ. নং, নাম ...
ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
কপিল দেৱ (অধিনায়ক)৬ জানুৱাৰী, ১৯৫৯সোঁহতীয়াসোঁহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত হাৰিয়ানা
মহীন্দৰ অমৰনাথ (উপ অধিনায়ক)২৪ ছেপ্তেম্বৰ, ১৯৫০সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত দিল্লী
কীৰ্তি আজাদ২ জানুৱাৰী, ১৯৫৯সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত দিল্লী
ৰ'জাৰ বিনী১৯ জুলাই, ১৯৫৫সোঁহতীয়াসোঁহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত কৰ্ণাটক
সুনীল গাভাস্কাৰ১০ জুলাই, ১৯৪৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত মুম্বাই
ছৈয়দ কিৰ্মানি (কীপাৰ)২৯ ডিচেম্বৰ, ১৯৪৯সোঁহতীয়াউইকেটকীপাৰভাৰত কৰ্ণাটক
মদন লাল২০ মাৰ্চ, ১৯৫১সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত দিল্লী
সন্দিপ পাটেল১৮ আগষ্ট, ১৯৫৬সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত মুম্বাই
বলবিন্দৰ সিং সাঁধু
১০যশপাল শৰ্মা১৮ আগষ্ট, ১৯৫৪সোঁহতীয়াসোঁহতীয়া মধ্যম বেগী
১১ৰবি শাস্ত্ৰী২৭ মে, ১৯৬২সোঁহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত মুম্বাই
১২কৃষ্ণমচাৰী শ্ৰীকান্থ২১ ডিচেম্বৰ, ১৯৫৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত তামিলনাডু
১৩সুনিল ৱালচন২ অক্টোবৰ, ১৯৫৮সোঁহতীয়াবাঁওহতীয়া মধ্যম বেগী
১৪দিলিপ ভেংগাস্কাৰ১২ ফেব্ৰুৱাৰী, ১৯৪৯সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত কৰ্ণাটক
বন্ধ কৰক

বিশ্বকাপ ক্ৰিকেট দল, ১৯৭৯

অধিক তথ্য ক্ৰ. নং, নাম ...
ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
শ্ৰীনিৱাস ভেংকটৰাঘৱন (অধিনায়ক)২১ এপ্ৰিল, ১৯৪৫সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত তামিলনাডু
মহীন্দৰ অমৰনাথ২৪ ছেপ্তেম্বৰ, ১৯৫০সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত দিল্লী
বিশন সিং বেদী২৫ ছেপ্তেম্বৰ, ১৯৪৬সোঁহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত দিল্লী
অংশুমান গায়কোৱাড়২৩ ছেপ্তেম্বৰ, ১৯৫২সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত বৰৌডা
সুনীল গাভাস্কাৰ১০ জুলাই, ১৯৪৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত মুম্বাই
কৰ্ষণ গাভ্ৰি২৮ ফেব্ৰুৱাৰী, ১৯৫১বাঁওহতীয়াবাঁওহতীয়া মধ্যম বেগীভাৰত মুম্বাই
কপিল দেৱ৬ জানুৱাৰী, ১৯৫৯সোঁহতীয়াসোঁহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত হাৰিয়ানা
সুৰিন্দৰ খান্না (কীপাৰ)৩ জুন, ১৯৫৬সোঁহতীয়াউইকেটকীপাৰভাৰত দিল্লী
ব্ৰিজেষ পাটেল২৪ নৱেম্বৰ, ১৯৫২সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত কৰ্ণাটক
১০দিলিপ ভেংগাস্কাৰ৬ এপ্ৰিল, ১৯৫৬সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত মুম্বাই
১১গুণ্ডাপ্পা বিশ্বনাথ১২ ফেব্ৰুৱাৰী, ১৯৪৯সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত কৰ্ণাটক
বন্ধ কৰক

বিশ্বকাপ ক্ৰিকেট দল, ১৯৭৫

অধিক তথ্য ক্ৰ. নং, নাম ...
ক্ৰ. নং নাম জন্ম বেটিং বল কৰাৰ কৌশল তালিকা A দল
শ্ৰীনিৱাস ভেংকটৰাঘৱন (অধিনায়ক)২১ এপ্ৰিল, ১৯৪৫সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত তামিলনাডু
ছৈয়দ আবিদ আলি৯ ছেপ্তেম্বৰ, ১৯৪১সোঁহতীয়াসোঁহতীয়া দ্ৰুত-মধ্যম বেগীভাৰত হাইদৰাবাদ
মহীন্দৰ অমৰনাথ২৪ ছেপ্তেম্বৰ, ১৯৫০সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত দিল্লী
বিশন সিং বেদী২৫ ছেপ্তেম্বৰ, ১৯৪৬সোঁহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত দিল্লী
ফাৰুখ ইঞ্জিনিয়াৰ (কীপাৰ)২৫ ফেব্ৰুৱাৰী, ১৯৩৮সোঁহতীয়াউইকেটকীপাৰভাৰত মুম্বাই
অংশুমান গায়কোৱাড়২৩ ছেপ্তেম্বৰ, ১৯৫২সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত বৰৌডা
সুনীল গাভাস্কাৰ১০ জুলাই, ১৯৪৯সোঁহতীয়াসোঁহতীয়া মধ্যম বেগী
সোঁহতীয়া অফ ব্ৰেক
ভাৰত মুম্বাই
কৰ্ষণ গাভ্ৰি২৮ ফেব্ৰুৱাৰী, ১৯৫১বাঁওহতীয়াবাঁওহতীয়া মধ্যম বেগীভাৰত মুম্বাই
মদন লাল২০ মাৰ্চ, ১৯৫১সোঁহতীয়াসোঁহতীয়া মধ্যম বেগীভাৰত দিল্লী
১০ব্ৰিজেষ পাটেল২৪ নৱেম্বৰ, ১৯৫২সোঁহতীয়াসোঁহতীয়া অফ ব্ৰেকভাৰত কৰ্ণাটক
১১একান্থ শলকাৰ১৮ মাৰ্চ, ১৯৪৮বাঁওহতীয়াবাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্সভাৰত মুম্বাই
১২গুণ্ডাপ্পা বিশ্বনাথ১২ ফেব্ৰুৱাৰী, ১৯৪৯সোঁহতীয়াসোঁহতীয়া লেগ ব্ৰেকভাৰত কৰ্ণাটক
বন্ধ কৰক

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.