![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/73/Yoko_Tawada_%25282022%2529.jpg/640px-Yoko_Tawada_%25282022%2529.jpg&w=640&q=50)
য়'ক' টাৱাডা
From Wikipedia, the free encyclopedia
য়'ক' টাৱাডা (多和田葉子 ইংৰাজী: Tawada Yōko,, জন্ম ২৩ মাৰ্চ, ১৯৬০) বৰ্তমান জাৰ্মানীৰ বাৰ্লিনত বাস কৰা এগৰাকী জাপানী লেখক। তেওঁ জাপানী আৰু জাৰ্মান দুয়োটা ভাষাতে লিখে। টাৱাডাই তেওঁৰ সাহিত্য কৰ্মৰ বাবে আকুতাগাৱা বঁটা, তানিজাকি বঁটা, নমা সাহিত্য বঁটা, আইযুমি কিয়ুকা পুৰস্কাৰ, নতুন লেখকৰ বাবে প্ৰদান কৰা গুঞ্জ পুৰস্কাৰ, গয়েথ মেডেল, ক্লিষ্ট পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা আদি অসংখ্য উল্লেখযোগ্য জাপানী সাহিত্য বঁটা লাভ কৰিছে।
ক্ষিপ্ৰ তথ্য য়'ক' টাৱাডা, জন্ম ...
য়'ক' টাৱাডা | |
---|---|
![]() ২০২২ চনত য়'ক' টাৱাডা | |
জন্ম | ২৩ মাৰ্চ, ১৯৬০ (৬৪ বছৰ) ট’কিঅ’, জাপান |
পেচা | লেখক |
ভাষা | জাপানীজ, জাৰ্মান |
শিক্ষা |
|
ধৰণ | কল্প-সাহিত্য, |
উল্লেখনীয় কৰ্মৰাজি |
|
উল্লেখযোগ্য বঁটা |
|
ৱেবছাইট | yokotawada |
বন্ধ কৰক